• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

জীৱিকা সূত্ৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত থকা অসমৰ এজন যুৱকে কৰ্মৰত অৱস্থাত সংঘটিত এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। দেওবাৰে, অৰ্থাৎ ২৮ জুনৰ নিশা প্ৰায় ৮:৩০ বজাত জিলাখনৰ ৱালং অঞ্চলত হঠাতে অহা এক ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক আঁৱালি লোৱা ৩৫ বছৰীয়া যুৱকজন বকোৰ ৰূপম ৰাভা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 5:17 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱিকা সূত্ৰে অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত থকা অসমৰ এজন যুৱকে কৰ্মৰত অৱস্থাত সংঘটিত এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। দেওবাৰে, অৰ্থাৎ ২৮ জুনৰ নিশা প্ৰায় ৮:৩০ বজাত জিলাখনৰ ৱালং অঞ্চলত হঠাতে অহা এক ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক আঁৱালি লোৱা ৩৫ বছৰীয়া যুৱকজন বকোৰ ৰূপম ৰাভা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নিহত ৰূপম ৰাভাৰ ঘৰ বকোৰ অন্তৰ্গত বনগাঁও বুঢ়ীগাঁৱত। তেওঁ অৰুণাচল প্ৰদেশৰ উক্ত অঞ্চলটোত পকলেইন যন্ত্ৰৰ চালক হিচাপে কৰ্মৰত আছিল। প্ৰতিবেদন অনুসৰি, দেওবাৰে নিশা নিৰ্ধাৰিত স্থানত যন্ত্ৰচালনা কৰি থকা অৱস্থাতেই হঠাতে পাহাৰৰ পৰা ভূমিস্খলন হয় আৰু তেওঁ চলাই থকা যন্ত্ৰটো মাটি আৰু ধ্বংসাৱশেষৰ তলত সম্পূৰ্ণৰূপে পোত যায়। এই ভয়ংকৰ দুৰ্ঘটনাত যুৱকজনে থিতাতে মৃত্যুবৰণ কৰে।

Apply Now

 

এগৰাকী পৰিশ্ৰমী যুৱক হিচাপে পৰিচিত ৰূপম ৰাভাৰ এই অকাল মৃত্যুত তেওঁৰ জন্মস্থান বনগাঁও বুঢ়ীগাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ শোকসন্তপ্ত সদস্যসকলে যুৱকজনৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত যুৱকজনে পত্নী আৰু এটি মাত্ৰ চাৰিবছৰীয়া পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ গৈছে। কৰ্মসূত্ৰে বাহিৰলৈ গৈ এনেদৰে প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈ যুৱকজনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd