• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

ইছবগুলত থকা দ্ৰৱণীয় ফাইবাৰে পাকস্থলীত পানী শোষণ কৰি ফুলি উঠে, যাৰ ফলত সঘনাই ভোক লগা আৰু অতিৰিক্ত খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস পায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2026 7:13 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে বয়সস্থ লোকসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰা এবিধ প্ৰয়োজনীয় ঔষধ হিচাপে পৰিচিত ইচবগুল মানৱ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো এক মহৌষধ হ’ব পাৰে। মেদবহুলতা কমাবলৈ মানুহে চিয়া বীজ, তুলসীৰ বীজ বা তিচিৰ বীজ আদি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে যদিও ইচবগুলৰ সঠিক ব্যৱহাৰে এই প্ৰক্ৰিয়াটো অধিক সহজ কৰি তুলিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, সঠিক নিয়ম মানি ইচবগুল গ্ৰহণ কৰিলে এমাহৰ ভিতৰতে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাটো সম্ভৱপৰ হৈ উঠে।

 

Apply Now

ইচবগুল থকা দ্ৰৱণীয় ফাইবাৰে পাকস্থলীত পানী শোষণ কৰি ফুলি উঠে, যাৰ ফলত ইয়াক খালে বহু সময়লৈকে পেট ভৰি থকাৰ অনুভৱ হয়। ইয়াৰ ফলশ্ৰুতিত সঘনাই ভোক লগা আৰু অতিৰিক্ত খাদ্য বা জলপান খোৱাৰ প্ৰৱণতা হ্ৰাস পায়, যিয়ে শৰীৰত কেলৰিৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি শৰীৰৰ ওজন কমাবৰ বাবে সৰ্বপ্ৰথমে হজম প্ৰক্ৰিয়া উন্নত হোৱাটো প্ৰয়োজন, অন্যথা পেট পৰিষ্কাৰ নোহোৱাৰ লগতে গেছৰ সমস্যা বৃদ্ধি পায়। ইচবগুলে হজম শক্তি বৃদ্ধি কৰাৰ লগতে পাচনতন্ত্ৰত চৰ্বি শোষণৰ গতি লেহেমীয়া কৰে। ইয়াৰ ফলত শৰীৰত অতিৰিক্ত মেদ জমা হ’ব নোৱাৰে আৰু ওজন নিয়ন্ত্ৰণত থাকে। বিশেষ পাৰ্শ্বক্ৰিয়া নথকা এইবিধ সামগ্ৰী প্ৰায় সকলো লোকেই নিৰাপদে গ্ৰহণ কৰিব পাৰে।

 

সমস্যা অনুসৰি ইচবগুল খোৱাৰ নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়। ওজন নিয়ন্ত্ৰণ কৰিব বিচৰাসকলে নিয়মীয়াকৈ আহাৰ গ্ৰহণ কৰাৰ বিছৰ পৰা ত্ৰিশ মিনিট পূৰ্বে এগিলাচ গৰম পানীত এচামুচৰ পৰা দুচামুচ ইছবগুল মিহলাই খাব লাগে। আনহাতে, কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম পাবলৈ নিশা শোৱাৰ আধা ঘণ্টা পূৰ্বে এগিলাচ গৰম গাখীৰ বা পানীৰ সৈতে সমপৰিমাণৰ ইচবগুল খোৱাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ বিপৰীতে পেট বেয়া হ’লে বা পেটৰ অসুখ হ’লে আহাৰ গ্ৰহণ কৰাৰ ঠিক পাছতেই একাপ দৈৰ সৈতে এচামুচ বা দুচামুচ ইছবগুল মিহলাই খালে সুফল পোৱা যায়।

পৰিশেষত, ইচবগুলে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি যথেষ্ট পৰিমাণৰ পানী শোষণ কৰি লোৱাৰ বাবে ইয়াক গ্ৰহণ কৰা লোকসকলক দিনটোত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে। পৰ্যাপ্ত পৰিমাণৰ পানী পান নকৰিলে শৰীৰত ডিহাইড্ৰেচনৰ দৰে সমস্যাই দেখা দিব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে। সঠিক পৰিমাণৰ পানী আৰু নিৰ্দিষ্ট নিয়ম মানি চলিলে ইছবগুল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰতীয়মান হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd