• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত নহয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ বাসগৃহত যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2018 9:36 pm
যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুদিনৰ পৰা কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্ৰী ৰাজনীতিৰ আজি সত্য সত্যতা প্ৰমাণিত হ’ল। দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইনৰ প্ৰাৰ্থীয়েই জয়ী হ’ব বুলি একাংশই ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্তৱ্য প্ৰকাশ কৰি আহিছিল।

এনে পৰিপ্ৰেক্ষিতত আজি ৰকিবুল হুছেইনে সমৰ্থন জনোৱা প্ৰাৰ্থী বিজয়ী হোৱা প্ৰসংগটোৱে বিশেষ তাৎপর্য্য বহন কৰিছে।

Apply Now

উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছ মুহূৰ্ততে কংগ্ৰেছৰ ৰাজীৱ ভৱন ত্যাগ কৰি সভাপতি পদত বিজয়ী প্ৰাৰ্থী কামৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক অভিজিৎ বৰা আৰু তেওঁলোকৰ সমৰ্থকসকলে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দি এক ৰেলী উলিয়ায়।ৰেলীৰ অন্তত তেওঁলোকে ছয়মাইলস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহত বিজয় উৎসৱ পালন কৰে।

আনহাতে, নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব নোৱাৰি মৃণাল হাজৰিকাই নেতাসকলক আকৃষ্ট কৰিব নোৱাৰাৰ বাবেই তেওঁ জয়ী হ’ব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

তেওঁ লগতে কয়, ‘কংগ্ৰেছ এটা বৃহৎ দল, তাত নেতাৰ মতেই যিকোনো কাম হ’ব লাগিব। নেতাৰ হুইপটো বহু ঠাইত চলিছে। বহু ভোট পালোহেঁতেন কিন্তু নেতাৰ হুইপত মই ধূলিসাৎ হৈ গ’লো। ১২৬ টা সমষ্টিত এজন প্ৰাৰ্থী অকলে ঘূৰাটো সম্ভৱ নহয়। তথাপি যিমানখিনি ভোট পালো সেয়া নিজৰ ফালৰ পৰা পাইছো। মুঠতে ভোটাৰক আকৃষ্ট কৰিব পাৰিলো, কিন্তু নেতাক আকৃষ্ট কৰিব নোৱাৰা বাবে সভাপতি পদত হাৰিলো।‘

তেওঁৰ এই মন্তৱ্যৰ পৰা অনুমান কৰিব পাৰি যে কংগ্ৰেছত সকলো জ্যেষ্ঠ নেতাৰ একো একোটা লবীৰ সৃষ্টি হৈছে, যি লবীৰ ছত্ৰছায়াত তথা পৃষ্ঠপোষকতাত যুৱ কংগ্ৰেছৰ নিৰ্বাচনত প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

এক গোপন সুত্ৰৰ পৰা জানিব পৰা মতে যুৱ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সমৰ্থন কৰা প্ৰাৰ্থী আছিল। কিন্তু তেওঁ মাত্ৰ ৭৭৩৫ টা ভোট লাভ কৰিবলৈহে সক্ষম হ’ল। তাৰ বিপৰীতে ৰকিবুল হুছেইন সমৰ্থিত কামৰুল ইছলাম চৌধুৰীয়ে ১৩৫০৪ টা ভোট লাভ কৰি সভাপতিৰ পদ অধিষ্ঠিত কৰিবলৈ সক্ষম হয়।

আনহাতে, কামৰুলতকৈ প্ৰায় ৩ হাজাৰ ভোট কমকৈ লাভ কৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমক কয়, ‘জয়ী হোৱা প্ৰাৰ্থীক কিছুমান নেতাই বিভিন্ন ধৰণে উৎসাহ যোগাইছে, হস্তক্ষেপো কৰিছে। ধনবল, বাহুবলো প্ৰয়োগ কৰিছে কিছুসংখ্যকে। কিছুমান ব্লকত মোক প্ৰচাৰ চলোৱাতো বাধা আৰোপ কৰিছিল।‘

আনহাতে কামৰুল ইছলাম সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা ছচিয়েল মিডিয়াত একাংশই কংগ্ৰেছত ৰকিবুল হুছেইনৰ ৰাজত্ব আৰম্ভ হোৱা বুলিও মতামত প্ৰকাশ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm
‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd