• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‎‘জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ’ : ঢাকাত ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শনক লৈ আপত্তি ‎ভাৰতীয় কূটনীতিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 7:50 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা সভাত ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শন কৰাক লৈ তীব্ৰ আপত্তি জনালে এগৰাকী ভাৰতীয় কূটনীতিকে। মানচিত্ৰখনত জম্মু-কাশ্মীৰক পাকিস্তানৰ অংশ হিচাপে দেখুওৱা হৈছিল বুলি প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

৬ জুলাইত বাংলাদেশ ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল এণ্ড ষ্ট্ৰেটেজিক ষ্টাডিজ চমুকৈ BIISS-ৰ ঢাকাস্থিত প্ৰেক্ষাগৃহত ‘Rebuilding Trust, Renewing Regional Integration: Pathways for Revitalising SAARC’ শীৰ্ষক আলোচনা সভাখন অনুষ্ঠিত হৈছিল। দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা SAARC-ক পুনৰ সক্ৰিয় কৰাৰ পথ সম্পৰ্কে আলোচনা কৰাই আছিল অনুষ্ঠানটোৰ মূল উদ্দেশ্য।

Apply Now

অনুষ্ঠানত ভাৰতত বাংলাদেশৰ প্ৰাক্তন উচ্চায়ুক্ত হিচাপে দায়িত্ব পালন কৰা তাৰিক এ কৰিমে মূল বক্তব্য আগবঢ়াইছিল। তেওঁৰ প্ৰেজেণ্টেচনৰ সময়ত পৰ্দাত প্ৰদৰ্শিত এখন মানচিত্ৰত জম্মু-কাশ্মীৰক পাকিস্তানৰ অংশ হিচাপে দেখুওৱা হয়। সেই সময়তে অনুষ্ঠানত উপস্থিত থকা ঢাকাৰ ভাৰতীয় উচ্চ  আয়োগৰ দ্বিতীয় সচিব পূজা কুমাৰী ঝাই থিয় হৈ আপত্তি জনায়।

পূজা কুমাৰী ঝাই কয় যে প্ৰদৰ্শিত মানচিত্ৰখন শুদ্ধ নহয় আৰু জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। ইয়াৰ উত্তৰত তাৰিক এ কৰিমে মানচিত্ৰখন কেৱল বিষয়টো উপস্থাপন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াত প্ৰকৃত সীমাৰেখা দেখুওৱা হোৱা নাই বুলি স্পষ্টীকৰণ দিয়ে।

কিন্তু কৰিমৰ স্পষ্টীকৰণৰ পাছতো ভাৰতীয় কূটনীতিকগৰাকীয়ে নিজৰ বক্তব্য পুনৰ দোহাৰে। তেওঁ কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ অংগ আৰু মানচিত্ৰখনত অঞ্চলটোক ভুলকৈ দেখুওৱা হৈছে। ইয়াৰ পাছত তাৰিক এ কৰিমে ভাৰতীয় কূটনীতিকগৰাকীৰ আপত্তি নথিভুক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰু নিজৰ বক্তব্য অব্যাহত ৰাখে।

অনুষ্ঠানটোত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শামা ওবাইদ ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত আছিল। তেওঁ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বিশ্বাস, সহযোগিতা আৰু নিয়মীয়া আলোচনা বৃদ্ধি কৰি SAARC-ক পুনৰ সক্ৰিয় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত মানচিত্ৰৰ ভুল তাৎক্ষণিকভাৱে আঙুলিয়াই দিয়াৰ বাবে ভাৰতীয় কূটনীতিকগৰাকীক বহু লোকে প্ৰশংসা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd