• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হীৰেন নাথৰ পিছত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কিছু দিনৰ পূৰ্বে আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত এক দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খোলাৰ পিছতে এইবাৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট।

উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত ‘কুলধৰ শইকীয়া’ নামেৰে ১১ জুনত এটা ভুৱা একাউণ্ট কোনো দুৰ্বৃত্তই খোলে। আনহাতে জানিব পৰা মতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ প্ৰকৃত একাউণ্টটো ‘কুল শইকীয়া’ বুলিহে ফেচবুকত আছে।

Apply Now

মন কৰিব লগীয়া যে ৮ জুনৰ কাৰ্বি আংলঙৰ ডকমকাৰ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিছিল। কিন্তু অসম আৰক্ষীৰ সতৰ্কবাণীক উপলুঙা কৰি এজন দুৰ্বৃত্তই আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলিছিল।

অৱশ্যে ইয়াৰ পিছতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কৰি নগাঁৱৰ পৰা আৰক্ষী আয়ুক্ত গৰাকীৰ নামত ভুৱা ফেচবুক একাউণ্ট খোলাৰ অপৰাধত এজন দুৰ্বৃত্তক আটক কৰিছিল।

আনহাতে ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ছচিয়েল মিডিয়া নীৰিক্ষণৰ বাবে এটা বিশেষ গোট গঠন কৰি দিছিল। কিন্তু ইয়াৰ পিছতো ছচিয়েল মিডিয়াত দুৰ্বৃত্তৰ উপদ্ৰৱ কমা নাই। এই কথা প্ৰমাণ কৰিছে এইবাৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত কোনো দুষ্ট চক্ৰই খোলা ভুৱা ফেচবুক একাউণ্টে।

ইফালে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নামত ভুৱা ফেচবুক একাউণ্ট খোলা প্ৰসংগ সন্দৰ্ভত আৰক্ষী আয়ুক্ত হীৰেন নাথে কয় যে, ‘ইতিমধ্যে পাণবজাৰ থানাত গোচৰ ৰুজু কৰা হৈছে, ক্ৰাইম ব্ৰাঞ্চৰ জৰিয়তে তদন্ত চলোৱা হৈছে আৰু উক্ত ঘটনাক লৈ ৰিপৰ্ট প্ৰেৰণ কৰা হৈছে, শীঘ্ৰে কৰায়ত্ত কৰা হ’ব দুৰ্বৃত্তক।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd