• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

ট্ৰাম্পৰ ষ্টেট অৱ দ্য ইউনিয়নৰ ভাষণ আৰু ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ দৰে প্ৰায় ডজন সংখ্যক হাই-প্ৰফাইল ভাষণৰ ওপৰত বাজি ধৰি পেৰেজে সহজেই প্ৰায় এক লাখ ডলাৰ বা ৯০ হাজাৰ ডলাৰতকৈ অধিক লাভ কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2026 8:44 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হোৱাইট হাউছত এক কেলেংকাৰী সংঘটিত হৈছে, য’ত এজন কৰ্মচাৰীয়ে নিজৰ ৰাষ্ট্ৰপতিৰ ভাষণক লৈ জুৱা খেলি লাখ লাখ টকা উপাৰ্জন কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত গেব্ৰিয়েল পেৰেজে ২০১৬ চনৰ পৰা হোৱাইট হাউছত ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ হিচাপে কাম কৰি আহিছিল আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজহুৱাভাৱে কি কি শব্দ ক’ব সেই কথা আগতীয়াকৈ জানিছিল কাৰণ ট্ৰাম্পৰ লিখিত ভাষণ তেওঁৰ কম্পিউটাৰৰ স্ক্ৰীণতে ভাহি উঠিব।

এই গোপন তথ্যৰ সুযোগ লৈ পেৰেজে কালছি নামৰ অনলাইন ভৱিষ্যদ্বাণী বজাৰ (প্ৰেডিকছন মাৰ্কেট) বা পণ প্লেটফৰ্মত একাউণ্ট খুলিছিল, য’ত ৰাজনৈতিক ব্যক্তিসকলে নিজৰ ভাষণত কিছুমান শব্দ ব্যৱহাৰ কৰিব নে নাই সেই বিষয়ে ধন লগাব পাৰে। ট্ৰাম্পৰ ষ্টেট অৱ দ্য ইউনিয়নৰ ভাষণ আৰু ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ দৰে প্ৰায় ডজন সংখ্যক হাই-প্ৰফাইল ভাষণৰ ওপৰত বাজি ধৰি পেৰেজে সহজেই প্ৰায় এক লাখ ডলাৰ বা ৯০ হাজাৰ ডলাৰতকৈ অধিক লাভ কৰিছিল কাৰণ তেওঁ শব্দবোৰ আগতীয়াকৈ জানিছিল।

Apply Now

তদন্তত প্ৰকাশ পাইছে যে ট্ৰাম্পে বহু সময়ত ভাষণৰ মাজত স্ক্ৰীপ্ট সলনি কৰিলে পেৰেজে মাজভাগতে চতুৰতাৰে তেওঁৰ বাজি বাতিল কৰি দিছিল যদিও কালশী প্লেটফৰ্মৰ আভ্যন্তৰীণ নিৰীক্ষণ দলটোৱে সন্দেহজনক লেনদেনটো ধৰি পেলাই গম পায় যে একাউণ্টটো প্ৰকৃততে এজন চৰকাৰী কৰ্মচাৰীৰ। কালশী কৰ্তৃপক্ষই একাউণ্টটোৰ পৰা ধন উলিওৱা বন্ধ কৰি সমগ্ৰ বিষয়টো আমেৰিকাৰ ক’ম’ডিটি ফিউচাৰ্ছ ট্ৰেডিং কমিছন বা চিএফটিচিক জনোৱাৰ পিছতে হোৱাইট হাউছ সতৰ্ক হৈ পৰে।

হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লিভিটে সংবাদ মাধ্যমৰ আগত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই বিষয়ে জানিব পাৰি অত্যন্ত ক্ষুব্ধ হৈ পৰিছে আৰু ইয়াক “অত্যন্ত লজ্জাজনক” বুলি অভিহিত কৰি অপাৰেটৰজনক তৎকালীনভাৱে বিনা বেতনে ছুটীত পঠিয়াবলৈ নিৰ্দেশ দিছে।

বৰ্তমান পেৰেজৰ হোৱাইট হাউছৰ কঠোৰ নৈতিক নিয়ম উলংঘা কৰাৰ বাবে চিএফটিচিৰ তদন্ত চলি আছে যদিও মানহাটানৰ ফেডাৰেল প্ৰচিকিউটৰসকলে এই কাণ্ডৰ কোনো ধৰণৰ অপৰাধমূলক অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd