• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটাত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। একে সময়তে প্ৰতিবাদকাৰীসকলক যন্তৰ মন্তৰৰ চৌহদ খালী কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2026 9:35 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনশনৰ ২১ তাৰিখে সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ যোৱা হয়। শনিবাৰে পুৱা দিল্লীৰ যন্তৰ মন্তৰ চৌহদত উপস্থিত হয় বৃহৎ সংখ্যক আৰক্ষী। দিল্লী আৰক্ষীয়ে অনশনৰত সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীক ধৰ্ণা মঞ্চৰ পৰা আঁতৰাই নি ওচৰৰ চফদৰজং হাস্পতালত ভৰ্তি কৰে।

আৰক্ষীৰ সূত্ৰৰ মতে, ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটাত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। একে সময়তে প্ৰতিবাদকাৰীসকলক যন্তৰ মন্তৰৰ চৌহদ খালী কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Apply Now

শনিবাৰে পুৱা আৰক্ষী আৰু চিকিৎসকে যন্তৰ মন্তৰত উপস্থিত হৈ ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা কৰে। পিছত এম্বুলেন্সত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাক লৈ যন্তৰ মন্তৰ অঞ্চলত উত্তেজনা বিয়পি পৰাত ৱাংচুকৰ সমৰ্থকসকলে আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীৰ এটা অংশই আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কিছু সময় ধৰি ঘটনাস্থলীৰ পৰিস্থিতি উত্তেজিত হৈ আছিল। অৱশ্যে আৰক্ষীৰ এই পদক্ষেপত কোনো বিশৃংখলতা দেখা নগ’ল৷

দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ মূল উদ্দেশ্য হৈছে ৱাংচুকৰ জীৱন ৰক্ষা কৰা। সেয়ে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰি প্ৰতিবাদকাৰীসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

দিল্লী আৰক্ষীৰ এক বিবৃতি অনুসৰি, ‘মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে সোণম ৱাংচুকক প্ৰয়োজনীয় চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ সময়ত প্ৰতিবাদকাৰীৰ এটা অংশই বাধা দিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত সামান্য উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও আৰক্ষীয়ে সংযম বজাই ৰাখি সমগ্ৰ প্ৰক্ৰিয়াটো নিৰাপদে সম্পূৰ্ণ কৰিছে।’

অনশনৰ ২০ সংখ্যক দিনত শিক্ষাবিদ তথা সমাজকৰ্মী সোণমে অনশন ভংগ কৰিবলৈ অস্বীকাৰ কৰে। কংগ্ৰেছ নেতা পৱন খেৰাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতা আৰু বিশিষ্ট ব্যক্তিয়ে সোণম ৱাংচুকক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি অনশন ভংগ কৰিবলৈ আহ্বান জনায়।

কিন্তু ৱাংচুকে স্পষ্ট কৰি দিয়ে যে ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি চৰকাৰে ইতিবাচক ব্যৱস্থা নোলোৱালৈকে তেওঁ এই আন্দোলন অব্যাহত ৰাখিব বিচাৰে। একে সময়তে ২০ জুলাইত নিৰ্দ্ধাৰিত সংসদ অভিযানত সাধাৰণ জনতাক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am
সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd