• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?

কেৱল পুৰস্কাৰৰ ধনেই নহয়, ফিফাই বিশ্বকাপত অংশগ্ৰহণ কৰা ৪৮খন দেশক প্ৰস্তুতিৰ খৰচো আগবঢ়াইছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2026 10:24 am
219
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰৰ বিশ্বকাপ জয়ৰ বাবে স্পেইনে প্ৰায় ৫০০ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰে। লিয়নেল মেছিৰ আৰ্জেণ্টিনাইও ৰানাৰ্ছ আপ হিচাপে লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন। অৱশ্যে কেৱল চেম্পিয়ন, ৰানাৰ্ছ আপ বা ছেমি ফাইনেলিষ্টেই নহয়; বিশ্বকাপত অংশগ্ৰহণ কৰা প্ৰতিটো দলক নিৰ্দিষ্ট পৰিমাণৰ পুৰস্কাৰৰ ধন দিয়া হৈছে।

ফিফাই অৱগত কৰিছে যে ২০২৬ চনৰ বিশ্বকাপত অভিলেখ ৬৫৫ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৬,৩০৬ কোটি ৭০ লাখ ২ হাজাৰ ৫০০ টকা) দিয়া হৈছে। যিটো ২০২২ চনৰ কাটাৰ বিশ্বকাপতকৈ ৫০ শতাংশ অধিক।

Apply Now

প্ৰস্তুতিৰ বাবেও ধন আগবঢ়াইছিল ফিফাই

অৱশ্যে কেৱল পুৰস্কাৰৰ ধনেই নহয়, ফিফাই বিশ্বকাপত অংশগ্ৰহণ কৰা ৪৮খন দেশক প্ৰস্তুতিৰ খৰচো আগবঢ়াইছিল। বিশ্ব ফুটবলৰ নিয়ামক সংস্থাৰ তথ্য অনুসৰি ফিফাই বিশ্বকাপত অংশগ্ৰহণ কৰা ৪৮টা দলৰ প্ৰতিটোকে প্ৰস্তুতিৰ খৰচৰ বাবে ১৫ লাখ ডলাৰ দিছে। ভাৰতীয় মুদ্ৰাত এয়া প্ৰায় ১৪৪.৪২৮ কোটি টকা।

প্ৰতিটো দলে কিমান পুৰস্কাৰৰ ধন (প্ৰস্তুতিৰ খৰচ বাদ দি) লাভ কৰিলে?

১) চেম্পিয়ন দল: ৫ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৮১ কোটি ৪২ লাখ ৭৫ হাজাৰ টকা)।

২) ৰানাৰ্ছ আপ: ৩৩ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩১৭ কোটি ৭৪ লাখ ২১ হাজাৰ ৫০০ টকা)

৩) তৃতীয় স্থানপ্ৰাপ্ত (ইংলেণ্ড): ২৯ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭৯ কোটি ২২ লাখ ৭৯ হাজাৰ ৫০০ টকা)।

৪) চতুৰ্থ স্থানপ্ৰাপ্ত (ফ্ৰান্স): ২৭ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫৯ কোটি ৯৭ লাখ ৮৫ হাজাৰ ৫০০ টকা)।

৫) পঞ্চম স্থানৰ পৰা অষ্টম স্থানপ্ৰাপ্ত দল : ১৯ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮২ কোটি ৯৪ লাখ ২৪ হাজাৰ ৫০০ টকা)।

৬) নৱম স্থানৰ পৰা ষোড়শ স্থানপ্ৰাপ্ত দল : ১৫ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪৪ কোটি ৪২ লাখ ৮২ হাজাৰ ৫০০ টকা)।

৭) ১৭ৰ পৰা ৩২ নং স্থানপ্ৰাপ্ত দল : ১ কোটি ১০ লাখ মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১০৫ কোটি ৯১ লাখ ৪০ হাজাৰ ৫০০ টকা)।

৮)৩৩ৰ পৰা ৪৮ম স্থানপ্ৰাপ্ত দল : ৯ মিলিয়ন মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৬ কোটি ৬৫ লাখ ৬৯ হাজাৰ ৫০০ টকা)।

বিশ্বকাপত কোনটো দলে কি স্থানত অন্ত পেলাইছিল?

১) চেম্পিয়ন : স্পেইন।

২) ৰানাৰ্ছ আপ : আৰ্জেণ্টিনা।

৩) তৃতীয়: ইংলেণ্ড।

৪) চতুৰ্থ : ফ্ৰান্স।

৫) পঞ্চমৰ পৰা অষ্টম স্থানৰ দল : মৰক্কো, বেলজিয়াম, নৰৱে আৰু চুইজাৰলেণ্ড।

৬) নৱম স্থানৰ পৰা ষোড়শ স্থানৰ দল : ব্ৰাজিল, মেক্সিকো, ইজিপ্ত, কলম্বিয়া, পেৰাগুৱে, কানাডা, পৰ্তুগাল আৰু বেলজিয়াম।

৭) সোতৰৰ পৰা বত্ৰিশ স্থানৰ দল : জাৰ্মানী, ছুইডেন, দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ড, ক্ৰ’ৱেচিয়া, অষ্ট্ৰিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, চেনেগাল, জাপান, আইভৰি কোষ্ট, ইকুৱেডৰ, কংগো, কেপ ভাৰ্ডে, অষ্ট্ৰেলিয়া, আলজেৰিয়া আৰু ঘানা।

৮) ত্ৰিশৰ পৰা আটচল্লিশ স্থানত থকা দল : দক্ষিণ কোৰিয়া, চেক গণৰাজ্য, কাটাৰ, স্কটলেণ্ড, হাইটি, তুৰস্ক, কুৰাচাও, টিউনিছিয়া, ইৰাণ, নিউজিলেণ্ড, উৰুগুৱে, চৌদি আৰব, ইৰাক, জৰ্ডান, উজবেকিস্তান আৰু পানামা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd