• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনে দাবী কৰিছে যে এই আক্ৰমণৰ আঁৰত ৰাছিয়া আছে। অৱশ্যে মস্কোৱে এতিয়ালৈকে স্পষ্ট কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2026 7:35 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ যুদ্ধৰ মাজতে ইউক্ৰেইনৰ এখন বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। এই ঘটনাত ৪ জন ভাৰতীয় নাৱিকৰ মৃত্যু হৈছে। কিয়েভে এই আক্ৰমণৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছে। নতুন দিল্লীয়ে সমগ্ৰ ঘটনাক গৰিহণা দিছে।

একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাকৈ কঢ়িয়াই নিয়া জাহাজখনৰ নাম হৈছে ‘গোল্ডেন লিঅ’।গিনি-বিছাউৰ পতাকাবাহী। দেওবাৰে নিৰ্ধাৰিত সময়ত ই অডেছা বন্দৰৰ পৰা ৰাওনা হয়। কিন্তু কিছু সময়ৰ পাছত হঠাৎ তিনিটা মিছাইলে আঘাত কৰে জাহাজখন। লগে লগে বাণিজ্যিক জাহাজখনত জুই লাগে। আকাশখন ক’লা ধোঁৱাই আৱৰি ধৰে।

Apply Now

কিন্তু এই আক্ৰমণ কোনে সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই আক্ৰমণৰ পিছতে ইউক্ৰেইনৰ সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। গোটেই ৰাতি অনুসন্ধানৰ অন্তত ১৭ জন জাহাজৰ কৰ্মীক উদ্ধাৰ কৰা হয়।

এই আক্ৰমণত ৯ জন জাহাজৰ ক্ৰু আৰু ১ জন পাইলট নিহত হোৱা বুলি জনাইছে কিয়েভে। ইয়াৰে ৪ জন ভাৰতীয়। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইউক্ৰেইনে দাবী কৰিছে যে এই আক্ৰমণৰ আঁৰত ৰাছিয়া আছে। অৱশ্যে মস্কোৱে এতিয়ালৈকে স্পষ্ট কৰা নাই।

নতুন দিল্লীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে, ‘ভাৰতে এই আক্ৰমণক গৰিহণা দিছে। বাণিজ্যিক জাহাজক লক্ষ্য কৰা আৰু নিৰীহ নাৱিকক হত্যা কৰাটো অতি নিন্দনীয়। জাহাজ চলাচল আৰু বাণিজ্যৰ স্বাধীনতাত বাধা দিয়াৰ পৰা বিৰত থকা উচিত। ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ভুক্তভোগীক সহায়ৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।’

উল্লেখযোগ্য যে অডেছাৰ গৱৰ্ণৰে কয় যে চলিত মাহত তাত ৰাছিয়াৰ আক্ৰমণত ২৮ জন লোক নিহত হৈছে। ইয়াৰ উপৰিও ইউক্ৰেইনৰ অন্যান্য চহৰত ৰাছিয়াৰ আক্ৰমণত কমেও ৮ জন লোকে প্ৰাণ হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd