• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু সৃজনশীল বিকাশৰ বাবে আজি পূব কামৰূপ কুইজ ফ'ৰামৰ উদ্যোগত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2026 6:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু সৃজনশীল বিকাশৰ বাবে আজি পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই গ্ৰীষ্মকালীন কৰ্মশালাত কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা এই কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এশগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৰ উৎসাহেৰে ভাগ লয়। ইয়াত অভিজ্ঞ ব্যক্তিসকলৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক কুইজৰ কৌশল, তৰ্ক কৰাৰ নিয়ম আৰু কবিতা আবৃত্তিৰ ধুনীয়া কৌশলসমূহ শিকোৱা হয়।

অনুষ্ঠানটো উদ্বোধন কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক আয়েজ আলীয়ে। কৰ্মশালাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেখেতে কয় যে বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত কেৱল কিতাপৰ জ্ঞানেৰেই আগবাঢ়িব নোৱাৰি। কুইজে আমাৰ জ্ঞান বঢ়ায়, তৰ্কই যুক্তিৰে চিন্তা কৰিবলৈ শিকায় আৰু কবিতা আবৃত্তিয়ে আমাৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি মৰম বঢ়ায়। এনেকুৱা কৰ্মশালাই ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস বঢ়োৱাত আৰু তেওঁলোকৰ ব্যক্তিত্ব গঢ়াত বহুত সহায় কৰিব বুলি তেখেতে মত প্ৰকাশ কৰে। সমাজ গঢ়াৰ ক্ষেত্ৰত ফ’ৰামৰ এই কাম সঁচাকৈয়ে প্ৰশংসনীয় বুলিও তেখেতে উল্লেখ কৰে।

Apply Now

কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ৰাহুল দত্তই কুইজৰ, পৰাগ জ্যোতি ডেকাই কবিতা আবৃত্তিৰ আৰু কিশোৰ কুমাৰ শৰ্মাই তৰ্কৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰকৈ বুজাই দিয়ে আৰু প্ৰশিক্ষণ দিয়ে। অনুষ্ঠানটোত অধ্যাপিকা কল্পনা ভাগৱতী, অৱসৰপ্ৰাপ্ত শিক্ষক আয়েজৰ ৰহমান, বিশিষ্ট লেখিকা ৰক্তিমা বৰুৱা, নিৰদা ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ফ’ৰামৰ সকলো সদস্য উপস্থিত থাকে। কৰ্মশালাৰ শেষত কুইজ প্ৰতিযোগিতাত জিকিবলৈ সক্ষম হোৱা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd