• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

তেওঁক মাৰপিট আৰু অশ্লীল ভাষাৰে গালি-গালাজ কৰা হৈছিল। আনকি তেওঁৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। ইয়াৰ লগতে তেওঁৰ বিয়াৰ সোণৰ গহনাও কাঢ়ি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 1:32 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি এগৰাকী জনপ্ৰিয় টিভি অভিনেত্ৰী। অভিনেত্ৰী অদিতি শৰ্মাই নিজৰ স্বামী, শাহুৱেক আৰু ননদৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত বিস্ফোৰক অভিযোগ দাখিল কৰিছে। অদিতিয়ে ‘এপোলেনা- স্বপ্নো কি উঁচি উড়ান’, ‘ৰব চে হায় দোয়া’ আৰু ‘কালিৰে’ আদি জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে।

অদিতিয়ে স্বামী অভিনীত বিদ্যানন্দ কৌশিক, শাহুৱেক উৰ্মিলা কৌশিক (৬৫) আৰু ননদ কীৰ্তি কৌশিক (২৯)ৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতন, ঘৰুৱা হিংসা আৰু গহনা কাঢ়ি ৰখাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

এজাহাৰ লাভ কৰাৰ পিছতে গোৰেগাঁও আৰক্ষী থানাই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীক দিয়া ভাষ্যত অদিতিয়ে স্পষ্ট অভিযোগ দিছে। শহুৰেকৰ পৰিয়ালৰ লোকে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰা বুলিও কয়। তেওঁক মাৰপিট আৰু অশ্লীল ভাষাৰে গালি-গালাজ কৰা হৈছিল। আনকি তেওঁৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। ইয়াৰ লগতে তেওঁৰ বিয়াৰ সোণৰ গহনাও কাঢ়ি ৰাখিছে।

২০২১ চনৰ জুন মাহত অদিতিয়ে অভিনীতক অনলাইন অভিনয়ৰ ক্লাছত লগ পাইছিল। তাৰ পৰাই তেওঁলোকৰ মাজত বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰ পিছত ২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা মুম্বাইৰ গোৰেগাঁও পশ্চিমৰ এটা ফ্লেটত থাকিবলৈ আৰম্ভ কৰে। পিছত দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে ২০২৪ চনৰ ১২ নৱেম্বৰত বিবাহপাশত আবদ্ধ হয়।

অৱশ্যে বিয়াৰ কিছুদিনৰ ভিতৰতে স্বামীৰ আচৰণ সলনি হ’বলৈ ধৰে বুলি অভিযোগ উত্থাপন কৰে অদিতিয়ে। পোছাক পৰিধান আৰু বিভিন্ন সৰু-সুৰা বিষয়ক লৈ কাজিয়া আৰম্ভ হয়। তদুপৰি সংসাৰৰ খৰচৰ বাবেও স্বামীয়ে কোনো টকা নিদিয়ে। ইয়াৰ বিপৰীতে তেওঁ নিয়মিতভাৱে অদিতিৰ পৰা টকা বিচাৰিছিল।

২০২৫ চনৰ ১ জানুৱাৰীত সামান্য কফি খোৱাক লৈ তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল। তাৰ পৰাই আৰম্ভ হয় চৰম গালি-গালাজ। অদিতিয়ে দাবী কৰে যে সেই ঘটনাৰ পিছৰে পৰা অভিনীতে তেওঁৰ চৰিত্ৰক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ মিছা অভিযোগ আনে।

আনকি অভিনীতে অনবৰতে তেওঁৰ মোবাইল ফোনটো চেক কৰিছিল আৰু পিছত সুকীয়া কোঠা এটাত শুবলৈ আৰম্ভ কৰিছিল। তদুপৰি অদিতিক নিজৰ মাক-দেউতাকৰ লগত কথা পাতিবলৈও বাধা দিছিল।

ইয়াৰ সমান্তৰালকৈ অদিতিয়ে তেওঁৰ গহনা কাঢ়ি ৰখাৰ অভিযোগো উত্থাপন কৰিছে। সোণৰ চেইন, আঙঠি, হীৰাৰ আঙঠি, মংগলসূত্ৰ, খাৰুকে ধৰি বিয়াৰ সকলো গহনা শাহুয়েকে নিজৰ লগত ৰাখিছে বুলিও জনায়। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁক গহনা ঘূৰাই দিয়া নহ’ল।

পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ চেষ্টা কৰিলেও অদিতিৰ শাহুৱেক আৰু ননদে সদায় তেওঁৰ স্বামীৰ পক্ষ লৈছিল। আগতে দুয়োজনে অদিতিক মানসিকভাৱে নিৰ্যাতন চলাইছিল। অদিতিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে অভিযুক্ত স্বামী বা তেওঁৰ পৰিয়ালৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd