• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খটাব নোৱাৰিব: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 10:55 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা যিমানেই নাথাকক কিয়, মূল ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাক বিধায়ক বা সংসদীয় দলে কোনোপধ্যে অতিক্ৰম কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাক সামৰি গঠিত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে স্পষ্ট কৰে যে, মূল দলৰ সিদ্ধান্তই সদায় সংখ্যাগৰিষ্ঠ বিধায়কৰ ইচ্ছাতকৈ অগ্ৰাধিকাৰ পাব। অৱশ্যে একে সময়তে, ব্যতিক্ৰমী পৰিস্থিতিত নিজৰ স্বতন্ত্ৰ ৰাজনৈতিক অৱস্থান ব্যক্ত কৰিবলৈ বিধায়কসকলৰ বাবে প্ৰয়োজনীয় নমনীয়তা থকাটোও প্ৰয়োজনীয় বুলি বিচাৰপীঠে উল্লেখ কৰে।

 

Apply Now

উল্লেখ্য যে উদ্ধৱ ঠাকৰে আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ ফৈদৰ মাজত “প্ৰকৃত শিৱসেনা” কোন আৰু দলীয় প্ৰতীক ‘ধনু-কাঁড়’ কাৰ প্ৰাপ্য, সেই সন্দৰ্ভত চলি থকা দীৰ্ঘদিনীয়া আইনী যুঁজৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই সম্বন্ধে মন্তব্য কৰে। উল্লেখযোগ্য যে, ২০২২ চনত ৫৫ জন শিৱসেনা বিধায়কৰ ভিতৰত ৪০ জন বিধায়কৰ সমৰ্থন লৈ একনাথ শিন্দেয়ে বিদ্ৰোহ ঘোষণা কৰিছিল, যাৰ ফলত উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন ঘটে। পৰৱৰ্তী সময়ত শিন্দেয়ে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে শিন্দে ফৈদকে প্ৰকৃত শিৱসেনাৰ স্বীকৃতি প্ৰদান কৰে।

 

ঠাকৰে ফৈদৰ হৈ যুক্তি আগবঢ়াই জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে আদালতত কয় যে দশম অনুসূচীয়ে অন্য এটা ৰাজনৈতিক দলৰ সৈতে একত্ৰীকৰণক স্বীকৃতি দিয়ে যদিও দলৰ ‘বিভাজন’ক নহয়। বিধানসভাৰ দলে ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পাৰেনে, এইটোৱেই আছিল প্ৰশ্ন বুলি তেওঁ উল্লেখ কৰে। বিধায়কৰ সংখ্যাগৰিষ্ঠতা দেখুৱাই চৰকাৰ পতন কৰাৰ প্ৰৱণতাই ভোটাৰসকলে বাছি লোৱা চৰকাৰক সলনি কৰি গণতন্ত্ৰক আঘাত হনাৰ কথাও চিব্বালে দাঙি ধৰে।

 

এই শুনানিত ২০২৩ চনৰ ‘সুভাষ দেশাই’ গোচৰত পাঁচজনীয়া সংবিধান বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়ৰ দিশটোও দাঙি ধৰা হয়, য’ত মহাৰাষ্ট্ৰৰ ৰাজ্যপালে শিৱসেনা বিভাজনৰ পিছত মজিয়া পৰীক্ষা (Floor Test) কৰিবলৈ দিয়া নিৰ্দেশ ভুল আছিল বুলি ন্যায়ালয়ে কৈছিল। সংবিধানৰ দশম অনুসূচী অনুসৰি, ‘মূল ৰাজনৈতিক দল’ (Original Political Party) আৰু ‘বিধানসভাৰ দল’ (Legislative Party) সম্পূৰ্ণ সুকীয়া ধাৰণা। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে নিৰ্বাচিত প্ৰতিনিধিসকলে নিজকে মূল দল বুলি দাবী কৰি নিজ ইচ্ছামতে চৰকাৰ ভঙা-গঢ়াৰ খেল খেলিব নোৱাৰে। ৰাজনৈতিক দলৰ ভিতৰত ‘সংখ্যাগৰিষ্ঠতা’ নিৰ্ধাৰণৰ কোনো স্পষ্ট মাপকাঠি নথকাটোও এনে বিবাদৰ মূল কাৰণ বুলি ন্যায়ালয়ে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd