• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 6:22 pm
88
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ মুৰ্শিদাবাদৰ ভৰতপুৰত এক আমোদজনক তথা বিতৰ্কিত ঘটনা পোহৰলৈ আহিছে। বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত বিজেপি প্ৰাৰ্থী অনামিকা ঘোষ আৰু কংগ্ৰেছ প্ৰাৰ্থী মহম্মদ আজাহাৰুদ্দিনৰ এজেন্ট উদ্দীপন দাসৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

অভিযোগ অনুসৰি তেওঁলোকে বেআইনীভাৱে বিবাহ পাশতো আৱদ্ধ হৈছে। এই ঘটনাৰ প্ৰতিবাদ কৰাৰ বাবেই উদ্দীপন দাসৰ পত্নী পূৰ্ণিমা দাসক মাৰপিট কৰি ঘৰৰ পৰা খেদি পঠিওৱা হৈছে। এই সন্দৰ্ভত সুবিচাৰ বিচাৰি এতিয়া ভুক্তভোগী মহিলাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে শুভেন্দু অধিকাৰী আৰু ৰাজ্যিক বিজেপি সভাপতি শমীক ভট্টাচাৰ্যৰ ওচৰত আকুল আবেদন জনাইছে।

Apply Now

 হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত ভৰতপুৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈছিল অনামিকা ঘোষ। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী আজাহাৰুদ্দিনৰ এজেন্ট আছিল উদ্দীপন দাস। নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেওঁলোকৰ মাজত পৰিচয় হয় আৰু ক্ৰমে এই পৰিচয় প্ৰেমলৈ ৰূপান্তৰ হয়। উদ্দীপন দাসৰ পত্নী পূৰ্ণিমা দাসে অভিযোগ কৰা মতে, যেতিয়াই তেওঁ এই অবৈধ সম্পৰ্কৰ প্ৰতিবাদ কৰিছিল, তেতিয়াই স্বামীয়ে তেওঁৰ ওপৰত নানা ধৰণে অত্যাচাৰ চলাইছিল। পৰৱৰ্তী সময়ত দুটা সন্তানৰ সৈতে পূৰ্ণিমাক ঘৰৰ পৰা খেদি নিজৰ পিতৃক গৃহলৈ পঠিয়াই দিয়া হয়।

পূৰ্ণিমা দাসে জানিবলৈ দিয়ে যে সকলো সীমা চেৰাই যোৱা ২৭ জুলাইত তেওঁৰ স্বামী উদ্দীপনে বিজেপি নেত্ৰী অনামিকা ঘোষক বেআইনীভাৱে বিয়া কৰায়। ইয়াৰ পাছত তেওঁ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো সুবিচাৰ নাপালে। অৱশেষত আন কোনো উপায় নাপাই তেওঁ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰি নিজৰ দুখৰ কথা দাঙি ধৰে।

 ভিডিঅ’টোত তেওঁ কয় যে নিৰ্বাচনৰ সময়ৰ পৰাই তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হৈছিল আৰু এতিয়া দুটা সন্তানৰ সৈতে তেওঁ পিতৃক গৃহত আশ্ৰয় লৈ আছে। সকলো ফালৰ পৰা নিৰাশ হৈ তেওঁ এতিয়া সমাজ মাধ্যমৰ জৰিয়তে সুবিচাৰৰ অন্তিম আশা পুহি ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd