• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2026 7:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বদহজম, গেছ আৰু এচিডিটিৰ সমস্যা বৰ্তমান প্ৰতিঘৰ মানুহৰ বাবেই এক সাধাৰণ কথাত পৰিণত হৈছে। খালী পেটত গেছ আৰু ভৰা পেটত এচিডিটিৰ বাবে পেটৰ অস্বস্তিত ভোগা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰতীয় পাকঘৰত উপলব্ধ এবিধ সাধাৰণ মছলাই আপোনাক এই সমস্যাৰ পৰা সকাহ দিব পাৰে। মুম্বাইৰ স্বাস্থ্য আৰু জীৱনশৈলী বিশেষজ্ঞ লিউক কুটিনহোৱে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গেছ-এচিডিটি নিৰাময়ৰ বাবে আইতা-আইতাহঁতৰ দিনৰ পৰম্পৰাগত ৰন্ধনশৈলীৰ ওপৰত ভৰসা কৰাৰ পৰামৰ্শ দিছে। পুষ্টিবিজ্ঞান আৰু বিকল্প চিকিৎসাৰ চৰ্চা কৰা তথা বহু তাৰকাৰ স্বাস্থ্য পৰামৰ্শদাতা লিউকে এইক্ষেত্ৰত বিশেষভাৱে ‘হিং‘ৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে।

 

Apply Now

যেতিয়া মানুহৰ মাজত বৰ্তমানৰ দৰে স্বাস্থ্য সচেতনতাৰ ইমান প্ৰসাৰ নাছিল, তেতিয়া পাকঘৰৰ মছলাবোৰেই আছিল একোবিধ ‘ছুপাৰফুড‘। ইয়াৰ ভিতৰত হিং অন্যতম। আগৰ দিনত প্ৰায় সকলো ৰন্ধনতে, বিশেষকৈ দাইল বা মাহজাতীয় শস্যৰ সৈতে হিং ব্যৱহাৰ কৰা হৈছিল। সোৱাদ বৃদ্ধি কৰাৰ লগতে বদহজম আৰু গেছৰ সমস্যা কমোৱাই আছিল ইয়াৰ মূল উদ্দেশ্য। বিশেষজ্ঞগৰাকীৰ মতে, হিংয়ে হজমত সহায় কৰা উৎসেচকৰ ক্ষৰণ বৃদ্ধি কৰে, যাৰ ফলত পেট ফুলা আৰু অস্বস্তি দূৰ হয়। ইয়াৰ উপৰিও আহাৰ তিয়াই ৰখা, গজালি মেলা, আচাৰ বনোৱা বা কম জুইত লাহে লাহে ৰন্ধা আদি পৰম্পৰাগত পদ্ধতিবোৰে খাদ্যৰ ভিতৰৰ গাঁথনি সলনি কৰি হজমত বাধা জন্মোৱা উপাদানবোৰ কমাই পেলায় আৰু খাদ্যৰ পুষ্টিগুণ সহজে শৰীৰত প্ৰৱেশ কৰাত সহায় কৰে।

 

লিউকে পৰামৰ্শ দিছে যে হিংৰ লগত জিৰা, হালধি আৰু আদা মিহলাই ৰান্ধিলে খাদ্যৰ সোৱাদ বঢ়াৰ লগতে হজম শক্তি আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। অৱশ্যে তেওঁ সকীয়াই দিছে যে অতিৰিক্ত পৰিমাণৰ হিং ব্যৱহাৰ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হোৱাৰ লগতে আন স্বাস্থ্যজনিত সমস্যাও হ‘ব পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd