• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 7:40 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুলাই মাহত দিল্লীৰ যন্তৰ মন্তৰত হোৱা ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি ৰুজু হোৱা সকলো এফআইআৰ বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ আবেদনৰ পাছত এই নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

সংবিধানৰ ১৪২ নং অনুচ্ছেদত সন্নিৱিষ্ট ‘সম্পূৰ্ণ ন্যায়’ নিশ্চিত কৰাৰ বাবে আদালতৰ অন্তৰ্নিহিত ক্ষমতা প্ৰয়োগ কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। জুলাইত NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক কেন্দ্ৰ কৰি দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই আন্দোলনত অংশ লোৱা বহু ছাত্ৰৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছিল।

Apply Now

এই গোচৰসমূহৰ সকলো এফআইআৰ বাতিল কৰাৰ দাবীত দিল্লী আৰক্ষীৰ লগতে মহাৰাষ্ট্ৰ, অসম, বিহাৰ আৰু পশ্চিমবংগ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মঙলবাৰে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে জুলাইৰ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি ৰুজু হোৱা সকলো এফআইআৰ বাতিল কৰাৰ নিৰ্দেশ দিয়ে।

ইফালে, মঙলবাৰেই ৫ ছেপ্টেম্বৰত আয়োজন কৰিবলৈ লোৱা প্ৰস্তাৱিত প্ৰতিবাদ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ককৰোচ জনতা পাৰ্টিয়ে। সংগঠনটোৰ সদস্য সৌৰভ দাসে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ইতিবাচক আশ্বাস আৰু সেই আশ্বাসক আদালতে আইনী স্বীকৃতি দিয়াৰ সিদ্ধান্তৰ পাছতে প্ৰতিবাদ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

তেওঁ কয়, “আজিৰ আদালতৰ নিৰ্দেশ আৰু কেন্দ্ৰৰ আশ্বাসৰ পৰিপ্ৰেক্ষিতত ৫ ছেপ্টেম্বৰৰ মিছিলৰ আহ্বান প্ৰত্যাহাৰ কৰাটোৱেই উপযুক্ত বুলি সিজেপিয়ে অনুভৱ কৰিছে।” এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ যাতে যথাযথভাৱে কাৰ্যকৰী হয়, তাৰ বাবেই তেওঁলোকে অপেক্ষা কৰি আছে।

জুলাইৰ ছাত্ৰ আন্দোলনক লৈ ৰুজু হোৱা গোচৰসমূহৰ সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ আবেদনৰ ভিত্তিত শীৰ্ষ আদালতে সকলো এফআইআৰ বাতিল কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে বিষয়টোৱে নতুন ৰূপ লাভ কৰিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd