• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 3:39 pm
ফটো: সংগৃহীত

ফটো: সংগৃহীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ ডোডাস্থিত গুজ্জৰ-বকৰৱাল ছাত্ৰী নিৱাসৰ আৱাসীসকলে ৱাৰ্ডেনৰ বিৰুদ্ধে মানসিক, শাৰীৰিক নিৰ্যাতন আৰু ভয়ংকৰ দুৰ্ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বিগত দুবছৰ ধৰি অনুসূচিত জনজাতিৰ এই ছাত্ৰীসকলে অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল, যাৰ ফলস্বৰূপে শেহতীয়াকৈ ২৫ গৰাকী ছাত্ৰী অচেতন হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

 

Apply Now

৪ ছেপ্টেম্বৰ শুকুৰবাৰে, ছাত্ৰীসকলে হোষ্টেলৰ সন্মুখত এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি, হোষ্টেলত খোৱা-বোৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পোহৰৰ কোনো সু-ব্যৱস্থা নাই। চৰকাৰৰ ফালৰ পৰা আৱণ্টন হোৱা সা-সুবিধাসমূহৰ পৰাও তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে।

 

ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, ৱাৰ্ডেনগৰাকীয়ে তেওঁলোকক নিজৰ ঘৰৰ কাপোৰ ধোৱা, ৰন্ধা-বঢ়া আদি কাম কৰিবলৈ বাধ্য কৰাইছিল। এগৰাকী ছাত্ৰীয়ে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয়, “ৱাৰ্ডেনে আমাক তেওঁৰ সন্মুখতে কাপোৰ সলাবলৈ বাধ্য কৰায়। এদিন এগৰাকী ছাত্ৰীয়ে কাপোৰ সলাই থাকোঁতে তেওঁ মোবাইলত ফটো তুলি ‘ডিচি অফিচ’ৰ কোনোবা ব্যক্তিলৈ পঠিওৱা বুলি ভাবুকি দিছিল। ইয়াৰ প্ৰতিবাদ কৰাত ৱাৰ্ডেনগৰাকীয়ে অশ্লীল গালি-গালাজ পাৰে।” এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ইতিমধ্যে বহু ছাত্ৰীয়ে হোষ্টেল এৰিবলৈ বাধ্য হৈছে।

 

বৰ্তমান হোষ্টেলটোত চেনাব উপত্যকাৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ১০৮ গৰাকী ছাত্ৰীয়ে আশ্ৰয় লৈ আছে। ছাত্ৰীসকলৰ অভিযোগ, চৰকাৰী সা-সুবিধা লাভ কৰা বুলি ভুৱা নথিপত্ৰত তেওঁলোকৰ পৰা বলপূৰ্বক স্বাক্ষৰ গ্ৰহণ কৰা হৈছিল। প্ৰতিবাদৰ উকমুকনি উঠাৰ পিছতেই যোৱা ২৬ আগষ্টত ৱাৰ্ডেনৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছিল আৰু তেওঁক বৰ্তমান নিলম্বন কৰা হৈছে।

 

ইফালে, ছাত্ৰীসকল মানসিকভাৱে ইমানেই ভাগি পৰিছে যে বহুতে ‘এংজাইটি এটেক’ৰ সন্মুখীন হৈছে। সমাজকৰ্মী ইক্ৰা চৌধুৰীয়ে জনোৱা মতে, তেওঁলোকৰ উপস্থিতিতেই এগৰাকী ছাত্ৰী অচেতন হৈ বাগৰি পৰে। বিজেপিৰ বিধায়ক শক্তি ৰাজ পৰিহাৰেও এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জাভেদ ৰাণাক তাৎক্ষণিক তদন্তৰ দাবী জনাইছে।

 

পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ডোডাৰ উপায়ুক্ত কৃষ্ণ লাল, জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্তিক শ্ৰোত্ৰিয়া আৰু অন্যান্য বিষয়াসকল হোষ্টেলত উপস্থিত হৈ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। উপায়ুক্তগৰাকীয়ে জনোৱা মতে, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত উপায়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে। সমিতিখনে হোষ্টেলৰ সামগ্ৰিক পৰিচালনা, নথিপত্ৰ আদি পৰীক্ষা কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিব। দোষী সাব্যস্ত হ’লে জড়িত বিষয়া বা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰশাসনে স্পষ্ট কৰি দিছে।

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd