• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেঁচা চাহপাতৰ উচিত মূল্য দাবী অসম ৰাজ্যিক কৃষক সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 7:52 am
ক্ষুদ্ৰ চাহ বাগিচা
254
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ উচিত দাম পোৱাৰ পৰা সদায় বঞ্চিত হৈ আহিছে। কেঁচা চাহপাতৰ দৰ নিৰ্ণয়ৰ বাবে ভাৰতীয় চাহ ব’ৰ্ডে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰিলেও কেঁচা চাহপাত ক্ৰয় কৰা কলঘৰসমূহে তেনে ব্যৱস্থাসমূহ মানি লোৱা দেখা নাযায় আৰু চাহ ব’ৰ্ডৰ নিৰ্দেশাৱলী উলংঘা কৰে।

এই অভিযোগ উত্থাপন কৰি অসম ৰাজ্যিক কৃষক সভাই শনিবাৰে এক বিবৃতি যোগে কয় যে সম্প্ৰতি ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ ন্যুনতম মজুৰি চৰকাৰে ২৪৪ টকাকৈ নিৰ্দ্ধাৰণ কৰি দিছে।শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰি লাভ কৰা উচিত। কিন্তু কেঁচা চাহপাতৰ মূল্য নিৰ্দ্ধাৰিত কৰি দিব নোৱাৰিলে কোনো ক্ষুদ্ৰ চাহ খেতিয়কে এই নিৰ্দ্ধাৰিত মজুৰি আদায় দিয়া সম্ভৱ নহয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে যিসময়ত এক কিলোগ্ৰাম কেঁচা চাহপাতৰ উৎপাদন খৰচ ২৪ টকা পৰ্যন্ত হৈছে, তেনে সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাত ১২ টকাৰ পৰা ১৮ টকাৰ বিতৰত বিক্ৰী কৰিব লগা হৈছে।

কেঁচা চাহপাতৰ উচিত দাম আৰু শ্ৰমিকৰ মজুৰি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সুস্পষ্ট নীতিৰ অভাৱত অসমৰ প্ৰায় এক লাখ ষাঠি হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংকটত পৰিছে। সভাই কেঁচা চাহপাতৰ দাম ড০ এম এছ স্বামীনাথন কমিটিৰ পৰামৰ্শৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰাৰ দাবী জনাইছে।

Recent News

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd