• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য সেনাধ্যক্ষই জনোৱা মতে, শনিবাৰে পুৱা পূব উপকূলৰ ৱনছান অঞ্চলৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়, যিটো প্ৰায় ২৫০ কিলোমিটাৰ উৰি পূব সাগৰত পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 7:41 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে নিজৰ চৌপাশে কোনো ধৰণৰ কুচকাৱাজ সহ্য কৰিবলৈ অনিচ্ছুক। সেয়ে, আমেৰিকা, দক্ষিণ কোৰিয়া আৰু জাপানৰ যৌথ অনুশীলন শেষ হোৱাৰ লগে লগে উত্তৰ কোৰিয়াই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য সেনাধ্যক্ষই জনোৱা মতে, শনিবাৰে পুৱা পূব উপকূলৰ ৱনছান অঞ্চলৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়, যিটো প্ৰায় ২৫০ কিলোমিটাৰ উৰি পূব সাগৰত পৰে। তিনি সপ্তাহৰ বিৰতিৰ অন্তত উত্তৰ কোৰিয়াই পুনৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। এই ঘটনাক লৈ অতিশয় ক্ষুব্ধ হৈ পৰিছে দক্ষিণ কোৰিয়া।

যোৱা সোমবাৰৰ পৰা প্ৰশান্ত মহাসাগৰত আৰম্ভ হৈছে আমেৰিকা, দক্ষিণ কোৰিয়া আৰু জাপানৰ পাঁচদিনীয়া যৌথ সামৰিক অনুশীলন ‘ফ্ৰিডম এজ’। এই ঘটনাৰ পিছতে উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই সামৰিক অনুশীলনৰ প্ৰতি সঁহাৰি জনাই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে। একে সময়তে পিয়ংইয়াঙে কয়, ‘যিকোনো সামৰিক অনুশীলন আচলতে যুদ্ধৰ প্ৰৰোচনা।’

Apply Now

সেই অনুশীলন শেষ হোৱাৰ এদিন পিছত শনিবাৰে পূব উপকূলৰ ৱনছান অঞ্চলৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়, যিটো প্ৰায় ২৫০ কিলোমিটাৰ উৰি পূব সাগৰত পৰে।

মন কৰিবলগীয়া যে যোৱা মাহত উত্তৰ কোৰিয়াক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ সুৰ নৰম কৰিছিল। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে – ‘উত্তৰ কোৰিয়াৰ কিম জং উনৰ সৈতে মোৰ অতি ভাল সম্পৰ্কৰ বাবে আমেৰিকাই দক্ষিণ কোৰিয়াৰ সৈতে দীৰ্ঘদিন ধৰি যৌথ সামৰিক অনুশীলনত অংশগ্ৰহণ কৰাটো মই সন্তোষজনক বুলি বিবেচনা কৰা নাই।’

তেওঁ লগতে দাবী কৰে যে, ‘কেৱল এই অনুশীলনসমূহ ব্যয়বহুল হোৱাই নহয়, ইয়াৰ এটা বৃহৎ অংশ (সদায় হৈ অহাৰ দৰেই) আমেৰিকাই বহন কৰে –  ইয়াৰ দ্বাৰা সম্পূৰ্ণ অনুপযুক্ত আৰু শত্ৰুতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা হয়, যিসকলে ড’নাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰা নাই। আৰু সদায় সন্মানজনক আচৰণ কৰি আহিছে।’ ট্ৰাম্পৰ এই মন্তব্যত বহু লোক আচৰিত হৈছে। কিমৰ প্ৰতি হঠাতে ট্ৰাম্পে ইমান ‘নৰম’ মনোভাৱ কিয় দেখুৱাইছে, সেই বিষয়ে সংশ্লিষ্ট মহল আচৰিত হৈছে।

কিন্তু কিমৰ ভগ্নী কিম ইয়ো জঙে বুজাই দিছে যে উত্তৰ কোৰিয়াই ট্ৰাম্পৰ ‘শান্তিপূৰ্ণ বাৰ্তা’ৰ প্ৰতি কাণ দিয়া  নাই। তেওঁ কয়, ‘সামৰিক অনুশীলনৰ সময় আৰু পৰিসৰ কমাই দিলেও ইয়াৰ উত্তেজক আৰু আক্ৰমণাত্মক চৰিত্ৰ সলনি নহ’ব। আমেৰিকাই হয়তো ভাবিব পাৰে যে তেওঁলোকে শেহতীয়াকৈ কৰা এই পদক্ষেপক তথাকথিত ‘সদিচ্ছা’ৰ চিন হিচাপে উপস্থাপন কৰিব পাৰে, কিন্তু তেওঁলোকে আকাংক্ষিত সঁহাৰি নাপাব।’

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd