• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 3:17 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

গোলাঘাট জিলাৰ মাজেৰে পাঁচ বছৰীয়া এটা হাতী উত্তৰ প্ৰদেশলৈ সৰবৰাহৰ অভিযোগক কেন্দ্ৰ কৰি নতুনকৈ ৰহস্য ঘনীভূত হৈছে। স্থানীয় লোকসকলে পথত হাতীটো লৈ যোৱা অৱস্থাত বাধা দিয়াৰ পাছত বন বিভাগে হাতীটো নিজৰ জিম্মাত লয়। ‘গায়ত্ৰী’ নামৰ হাতীটো ডিগবৈ অঞ্চলৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।

Apply Now

স্থানীয় লোকৰ মতে, হাতীটো খোজকঢ়াই লৈ যোৱা হৈছিল । ঘটনা পোহৰলৈ অহাৰ পাছতে অৰণ্য সুৰক্ষা সমিতিয়ে হাতীটোৰ মালিকানা, প্ৰশিক্ষণ, কাগজ-পত্ৰ আৰু সৰবৰাহৰ বৈধতা সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে।

অৰণ্য সুৰক্ষা সমিতিৰ অভিযোগ অনুসৰি, ‘গায়ত্ৰী’ৰ মালিক উত্তৰ প্ৰদেশৰ বাসিন্দা আশ্ৰাফ আলী। বৰ্তমান তেওঁ বোকাখাতত বসবাস কৰি আছে বুলি সংগঠনটোৱে দাবী কৰিছে। সংগঠনটোৱে লগতে আশ্ৰাফ আলীৰ অবৈধ হাতী বাণিজ্যৰ সৈতে যোগসূত্ৰ থকাৰো অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই অভিযোগসমূহ এতিয়ালৈকে স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই।

ইফালে, হাতীটোৰ প্ৰশিক্ষণক লৈও একাধিক প্ৰশ্ন উত্থাপন হৈছে। সংগঠনটোৰ মতে, উত্তৰ প্ৰদেশৰ বিজয় যাদৱ আৰু সত্যেন্দ্ৰ যাদৱ নামৰ দুজন মাউতে প্ৰায় ছয় মাহ ধৰি গায়ত্ৰীক প্ৰশিক্ষণ দিছিল। তাৰ পাছতেই হাতীটোক উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ প্ৰস্তুতি চলোৱা হৈছিল।

প্ৰশিক্ষণৰ ক্ষেত্ৰতো সংগঠনটোৱে বন বিভাগৰ ওচৰত একাধিক প্ৰশ্ন ৰাখিছে। অসমত হাতী প্ৰশিক্ষণ দিয়াৰ বাবে উক্ত মাউত দুজনৰ কোনো বৈধ অনুমতি আছিল নে নাই, তেওঁলোক কেনেকৈ অসমলৈ আহিছিল আৰু হাতী প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মসমূহ মানি চলা হৈছিল নে নাই, সেই বিষয়ে তদন্তৰ দাবী উঠিছে। সংগঠনটোৱে দাবী কৰিছে যে নিৰ্দিষ্ট পৰিস্থিতিত অসমত থকা হাতীক ৰাজ্যখনৰ মাউতেই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে।

আনহাতে, গায়ত্ৰীৰ দেহত থকা বুলি কোৱা মাইক্ৰ’চিপক লৈও সন্দেহ প্ৰকাশ কৰিছে অৰণ্য সুৰক্ষা সমিতিয়ে। সংগঠনটোৰ অভিযোগ অনুসৰি, হাতীটোৰ পৰিচয় নম্বৰ সন্দেহজনক আৰু ইয়াত জালিয়াতিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। সেয়েহে মাইক্ৰ’চিপৰ নম্বৰ, হাতীটোৰ পৰিচয়-পঞ্জীয়ন আৰু সংশ্লিষ্ট সকলো নথি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাৰ দাবী জনোৱা হৈছে।

এই ঘটনাত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱৰ নামো সংগঠনটোৱে উত্থাপন কৰিছে। বিষয়টোৰ সৈতে তেওঁৰ কোনো ভূমিকা আছিল নে নাই, সেই সন্দৰ্ভতো তদন্তৰ দাবী জনোৱা হৈছে।

গায়ত্ৰীক লৈ সৃষ্টি হোৱা এই বিতৰ্কৰ মাজতে আন এটা হাতী ‘দুৰ্গা’ক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন বিভাগৰ তত্বাৱধানত মাদুৰাইলৈ স্থানান্তৰ কৰাৰ ঘটনাক লৈও বিতৰ্ক চলি আছে। তাৰ কিছুদিন পাছতেই গায়ত্ৰীক উত্তৰ প্ৰদেশলৈ নিয়াৰ ঘটনাই হাতী সৰবৰাহৰ নিয়ম আৰু বন বিভাগৰ তদাৰকিক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।

অৰণ্য সুৰক্ষা সমিতিয়ে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গায়ত্ৰীৰ মালিকানা, প্ৰশিক্ষণ, সৰবৰাহ, মাইক্ৰ’চিপ, নথি-পত্ৰ আৰু এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা ব্যক্তিসকলৰ সম্ভাব্য সম্পৰ্কৰ বিষয়ে এক বিস্তৃত তদন্তৰ দাবী জনাইছে। এতিয়া তদন্ত আৰম্ভ হয় নে নাই আৰু হাতীটোৰ সৰবৰাহৰ আঁৰৰ প্ৰকৃত তথ্য কি, সেয়াই হৈ পৰিছে মূল প্ৰশ্ন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd