• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে নিট পৰীক্ষাৰ গাঁথনিগত সংস্কাৰৰ বাবে নন্দন নিলেকানিৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিয়ে চলিত মাহৰ শেষৰ ফালে প্ৰথমখন মধ্যৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰাৰ কথা শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে আদালতক অৱগত কৰিছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 8:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় যোগ্যতাভিত্তিক প্ৰৱেশ পৰীক্ষা বা নিট প্ৰক্ৰিয়াৰ গাঁথনিগত সংস্কাৰ সাধনৰ বাবে নন্দন নিলেকানিৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিয়ে চলিত ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে তেওঁলোকৰ প্ৰথমখন মধ্যৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এই কথা আনুষ্ঠানিকভাৱে অৱগত কৰিছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সৰ্বোচ্চ ন্যায়ালয়ক জনোৱা মতে, নিলেকানি সমিতিয়ে ইতিমধ্যে বিশদ আলোচনা সম্পন্ন কৰিছে আৰু ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণনৰ নেতৃত্বাধীন পূৰ্বৰ সমিতিৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিছে। ইয়াৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে সমিতিক সহায় কৰি থকা পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ যুটীয়া সচিবক বৰ্তমানলৈকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

 

Apply Now

নিট পৰীক্ষাৰ প্ৰক্ৰিয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়াটো বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰক সোঁৱৰাই দিছে। প্ৰতিটো পৰীক্ষাৰ বাবে নিৰ্দিষ্ট সুকীয়া বিভাগ আৰু অধিক স্থায়ী কৰ্মচাৰী নিযুক্তিৰে এক স্থায়ী গাঁথনি গঢ়ি তোলাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা আদালতে দোহাৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএৰ নৱনিৰ্মিত ব্যৱস্থাই এক স্থায়ী সাংগঠনিক গাঁথনি প্ৰতিষ্ঠা কৰা বুলি দাবী কৰিছে যদিও সংস্থাটোৱে এতিয়াও মানৱ সম্পদৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই। এনে প্ৰেক্ষাপটত নিট-ইউজিৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত এনটিএৰ সংস্কাৰ প্ৰক্ৰিয়া তদাৰক কৰি থকা ন্যায়াধীশ পি এছ নৰসিংহ আৰু আলোক আৰাধেৰ বিচাৰপীঠে মিন্টো ৰোডস্থিত এনটিএৰ স্থায়ী কাৰ্যালয় ব্যক্তিগতভাৱে পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে। ন্যায়াধীশৰ বিচাৰপীঠখনে ব্যৱস্থাটো প্ৰকৃততে কাৰ্যকৰী হৈছে নে নাই আৰু পৰ্যাপ্ত মানৱ সম্পদ আছে নে নাই, সেই সকলোবোৰ স্বচক্ষে পৰ্যবেক্ষণ কৰিব।

 

আনহাতে, সামগ্ৰিক প্ৰতিষ্ঠানিক সংস্কাৰ কাৰ্যসূচীৰ অংশ হিচাপে পৰীক্ষা নিৰ্বাহকাৰী সংস্থাটোৱে ইয়াৰ নেতৃত্ব তথা কৰ্মশক্তি সুদৃঢ় কৰাৰ বাবে কাম কৰি আছে। সংস্থাটোৱে প্ৰতিযুক্তিৰ ভিত্তিত কেইবাটাও পদৰ বাবে আৱেদন বিচৰাৰ লগতে যুটীয়া সঞ্চালক, উপ-সঞ্চালক আৰু গৱেষণা বিজ্ঞানীৰ দৰে বিশেষজ্ঞ পদৰ বাবেও নিযুক্তিৰ জাননী জাৰি কৰিছে। ইয়াৰ সমান্তৰালভাৱে, এনটিএই প্ৰযুক্তি আৰু নিৰাপত্তাজনিত ব্যৱস্থা সুনিশ্চিত কৰিবলৈ কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ আন্তঃগাঁথনি, নিট-ইউজিৰ বাবে চিচিটিভি, মুখাৱয়ব চিনাক্তকৰণ, পৰীক্ষাৰ্থীৰ শৰীৰৰ তালাচী আৰু বাহ্যিক পৰীক্ষা নিৰীক্ষণ সংস্থাৰ বাবে নিবিদা আহ্বান কৰিছে। ইয়াৰ উপৰি সংস্থাটোৱে বাহ্যিক মানৱ সম্পদ আৰু সামগ্ৰিক ছপা সেৱাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

 

পৰৱৰ্তী সময়ত নিট-ইউজি পৰীক্ষা অতি শীঘ্ৰেই কম্পিউটাৰ ভিত্তিক পৰীক্ষালৈ ৰূপান্তৰিত হ’ব বুলি এনটিএৰ সঞ্চালক প্ৰধান অভিষেক সিঙে দাবী কৰিছে। নিলেকানিৰ নেতৃত্বাধীন টাস্ক ফৰ্চে এই পৰিৱৰ্তনৰ দিশটো বৰ্তমান পৰীক্ষা কৰি আছে। অৱশ্যে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সুৰক্ষিত পৰীক্ষাকেন্দ্ৰ, উন্নত কম্পিউটিং আন্তঃগাঁথনি আৰু সুৰক্ষামূলক ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণৰ প্ৰয়োজন হ’ব। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ আৰু নিলেকানি সমিতিৰ প্ৰতিবেদন দাখিলৰ পাছত নিট পৰীক্ষাৰ পৰিচালনাত কেনেধৰণৰ স্থায়ী পৰিৱৰ্তন আহে, সেয়া বৰ্তমান এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণৰ বিষয় হৈ পৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd