• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ সৈতে জড়িত বৃহত্তৰ ষড়যন্ত্ৰৰ গোচৰত কাৰাবন্দী হৈ থকা জেএনইউৰ প্ৰাক্তন গৱেষক ছাত্ৰ ওমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আৱেদনৰ শুনানি অহা ৩০ ছেপ্টেম্বৰত গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2026 11:46 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ দিল্লীৰ ভয়াবহ সংঘৰ্ষৰ সৈতে জড়িত ‘বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন’ৰ গোচৰত কাৰাবন্দী হৈ থকা জেএনইউৰ প্ৰাক্তন গৱেষক ছাত্ৰ ওমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আৱেদনৰ শুনানি দিল্লী উচ্চ ন্যায়ালয়ে অহা ৩০ ছেপ্টেম্বৰলৈ স্থগিত ৰাখিছে। গোচৰটো পৰিচালনা কৰিবলগীয়া চৰকাৰী পক্ষৰ অধিবক্তা তথা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ অসুস্থতাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ প্ৰতিভা এম সিং আৰু ন্যায়াধীশ দীনেশ ভাটৰ খণ্ড বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে। একেটা গোচৰৰে আন এগৰাকী অভিযুক্ত তথা আম আদমী পাৰ্টিৰ প্ৰাক্তন কাউন্সিলৰ তাহিৰ হুছেইনৰ জামিন আৱেদনৰ শুনানিৰ বাবে আদালতে অহা ৪ নৱেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰিছে।

 

Apply Now

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আইনৰ ২১ নং ধাৰাৰ অধীনত খালিদ আৰু ইমামে তেওঁলোকৰ জামিন আৱেদন নাকচ কৰা নিম্ন আদালতৰ যোৱা ৪ জুলাইৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উল্লেখ্য যে, খালিদে এইবাৰ তৃতীয়টো জামিন আৱেদন নাকচ হোৱাৰ পাছত আদালতত আৱেদন দাখিল কৰিছে। নিম্ন আদালতে দুয়োগৰাকী অভিযুক্তৰ জামিন নাকচ কৰাৰ ক্ষেত্ৰত স্পষ্ট কৰি দিছিল যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়দান অনুসৰণ কৰাৰ বাহিৰে তেওঁলোকৰ সন্মুখত আন কোনো বিকল্প নাই। উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে এক নিৰ্দেশত উল্লেখ কৰিছিল যে সুৰক্ষিত সাক্ষীসকলৰ জেৰা সম্পূৰ্ণ হোৱাৰ পাছত বা নিৰ্দেশ প্ৰদানৰ তাৰিখৰ পৰা এবছৰ উকলি যোৱাৰ পাছতহে ইমামে পুনৰ জামিনৰ বাবে আৱেদন কৰিব পাৰিব।

 

চলিত বৰ্ষৰ ৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ সৈতে জড়িত গুলফিছা ফাটিমা, মীৰা হাইদৰ, ছিফা উৰ ৰহমান, মহম্মদ চেলিম খান আৰু ছাদাব আহমেদক জামিন প্ৰদান কৰিছিল যদিও ওমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আৱেদন নাকচ কৰিছিল। পৰৱৰ্তী সময়ত ন্যায়াধীশ বি ভি নাগৰত্নাৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ আন এখন সমকক্ষ খণ্ড বিচাৰপীঠে ‘গুলফিছা ফাটিমা বনাম ৰাষ্ট্ৰ’ গোচৰৰ ৰায়দানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। বিচাৰপীঠখনে উল্লেখ কৰিছিল যে ২০২১ চনৰ ‘ভাৰত চৰকাৰ বনাম কে এ নজীব’ গোচৰত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰা ৰায়দান ইয়াত সঠিকভাৱে অনুসৰণ কৰা হোৱা নাছিল, য’ত ইউএপিএ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত হোৱা দীঘলীয়া বিলম্বক জামিনৰ এক গুৰুত্বপূৰ্ণ ভিত্তি হিচাপে মান্যতা দিয়া হৈছিল। আনহাতে যোৱা মে’ মাহত খালিদ আৰু ছাৰ্জিলৰ জামিন আৱেদন নাকচ কৰা ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বাধীন বিচাৰপীঠখনে ‘কে এ নজীব’ৰ ৰায়দানক লৈ বিভিন্ন বিচাৰপীঠৰ মাজত থকা পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো এখন বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd