• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2026 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পক লৈ ভাৰত আৰু অসমৰ সহায়ৰ প্ৰশংসা কৰিছে ভুটানৰ প্ৰধানমন্ত্ৰী শেৰিং টবগেই। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দি টবগেই ভাৰতক ভুটানৰ এক বিশ্বাসযোগ্য বন্ধু হিচাপে উল্লেখ কৰাৰ লগতে এই গুৰুত্বপূৰ্ণ প্ৰকল্পত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ সহায়ৰ কথা উল্লেখ কৰে।

ভুটানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে গেলেফু মাইণ্ডফুলনেছ চিটিৰ অৱস্থান ভাৰতৰ সীমান্তৰ একেবাৰে কাষতে। এই প্ৰকল্পক ভাৰত চৰকাৰৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাজ্য অসমেও সহায় আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে। টবগেইৰ মতে, ভাৰত-ভুটানৰ মাজৰ সম্পৰ্ক বিশ্বাস, পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ ওপৰত গঢ় লৈ উঠিছে।

Apply Now

টবগেইৰ এই মন্তব্যৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ধন্যবাদ জনায়। এক্সত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ উন্নয়ন আৰু গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পত অসমৰ বিশেষ ভূমিকাক স্বীকাৰ কৰাৰ বাবে ভুটানৰ প্ৰধানমন্ত্ৰীক তেওঁ কৃতজ্ঞতা জনাইছে।

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ভাৰত আৰু ভুটানৰ সম্পৰ্ক বিশ্বাস, পাৰস্পৰিক সন্মান আৰু দুয়োখন দেশৰ একে লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল। গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পত অসমে নিজৰ ভূমিকা অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে।

গেলেফু মাইণ্ডফুলনেছ চিটি ভুটানৰ দক্ষিণ অংশত গঢ়ি উঠি থকা এক বৃহৎ উন্নয়নমূলক প্ৰকল্প। অসমৰ সীমান্তৰ কাষতে অৱস্থিত এই অঞ্চলটোক ভৱিষ্যতে অৰ্থনীতি, বাণিজ্য, বিনিয়োগ আৰু যোগাযোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ভুটান চৰকাৰৰ তথ্য অনুসৰি, এই প্ৰকল্পৰ জৰিয়তে দেশখনৰ অৰ্থনৈতিক বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় যোগাযোগো অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।

গেলেফুৰ ভৌগোলিক অৱস্থানৰ বাবে অসমৰ ভূমিকাও বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। ভাৰত আৰু ভুটানৰ মাজত সীমান্ত যোগাযোগ, বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ অৱস্থান এই প্ৰকল্পৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd