• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 8:30 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলাৰ কাপোৰ খোলাৰ চেষ্টা কৰা আৰু তেওঁৰ বুকুত হাত দি শাৰীৰিকভাৱে হাৰাশাস্তি কৰাটোক ‘ধৰ্ষণৰ চেষ্টা‘ বুলি গণ্য কৰিব নোৱাৰি। শেহতীয়াকৈ পাটন উচ্চ ন্যায়ালয়ে এই ৰায় দিছিল। এই ৰায়ক কেন্দ্ৰ কৰি এতিয়া উচ্চতম ন্যায়ালয়ে এক স্বতঃপ্ৰণোদিত গোচৰ গ্ৰহণ কৰিছে।

 

Apply Now

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সূৰ্য কান্তে বিহাৰৰ মহাধিবক্তা এছ ডি সঞ্জয়ক উদ্দেশ্যি কয় যে পাটন উচ্চ ন্যায়ালয়ৰ এই ৰায়ত কিছুমান আপত্তিজনক মন্তব্য আছে। অৱশ্যে অভিযুক্তৰ ভাষ্য নুশুনাকৈ উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰা সম্ভৱ নহয় বুলিও তেওঁ প্ৰকাশ কৰে। সেয়েহে স্থানীয় আৰক্ষীৰ জৰিয়তে অভিযুক্তৰ হাতত যাতে জাননী গৈ পৰে, সেয়া নিশ্চিত কৰিবলৈ বিচাৰপতিগৰাকীয়ে নিৰ্দেশ দিছে।

 

পাটন উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত স্পষ্টকৈ কৈছিল যে এগৰাকী মহিলাৰ কাপোৰ খোলাৰ চেষ্টা কৰা বা বুকুত হেঁচা দি শাৰীৰিক নিৰ্যাতন চলোৱাটো ধৰ্ষণৰ চেষ্টা হ‘ব নোৱাৰে। ন্যায়ালয়ৰ মতে, যদি ধৰ্ষণৰ উদ্দেশ্য প্ৰমাণ কৰিব পৰাকৈ কোনো স্পষ্ট কাম বা প্ৰৱেশৰ দৰে প্ৰমাণ নাথাকে, তেন্তে ইয়াক ধৰ্ষণৰ চেষ্টা হিচাপে ধৰা নহ‘ব। উচ্চ ন্যায়ালয়ে লগতে কয় যে এনে অভিযোগ সৰ্বাধিক এগৰাকী মহিলাৰ শালীনতা হানি কৰা অপৰাধৰ অধীনতহে পৰিব পাৰে, যিটো ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাত উল্লেখ আছে। সেইবাবে ন্যায়ালয়ে ৩৭৬ ধাৰাৰ লগতে ৫১১ ধাৰা সংলগ্ন কৰি দিয়া শাস্তি বাতিল কৰিছিল।

 

ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত অন্য এটা গোচৰৰ শুনানিৰ সময়ত পাটন উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰা হৈছিল। সেই সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক একেধৰণৰ ৰায়ক লৈ উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত গোচৰ চলাই আছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে এগৰাকী নাবালিকাৰ স্তনত হেঁচা মৰা, পিন্ধি থকা কাপোৰ ফালি পেলোৱা আৰু দলঙৰ তললৈ টানি নিয়াৰ চেষ্টাক ধৰ্ষণৰ চেষ্টা বুলি ক‘ব নোৱাৰি।

 

সেই শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা শোভা গুপ্তাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সেই ৰায়টো উচ্চতম ন্যায়ালয়ে ইতিমধ্যে বাতিল কৰিছে, কিন্তু একেধৰণৰ ঘটনাৰ ভিত্তিত পাটন উচ্চ ন্যায়ালয়েও এনে পৰ্যবেক্ষণ দিছে। জ্যেষ্ঠ অধিবক্তা এইচ এছ ফুলকায়ো এই কথাত সন্মতি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ৰায়টো বাতিল কৰাৰ লগতে যৌন অপৰাধ সংক্ৰান্তীয় গোচৰবোৰত বিচাৰকসকলক অধিক সংবেদনশীলতাৰে বিচাৰ কৰিবলৈ একাধিক নিৰ্দেশনা জাৰি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd