• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

ছত্তীশগড়ত নথিপত্ৰ অবিহনে ৩২ টা বলধ গৰু সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজন লোকক দোষমুক্ত কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল নথিপত্ৰৰ অভাৱ বা আৰক্ষীৰ অনুমানৰ ভিত্তিত গৰুসমূহ বধ কৰাৰ উদ্দেশ্যে নিয়া হৈছিল বুলি ধৰি ল'ব নোৱাৰি।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 8:19 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈধ নথিপত্ৰ নথকা মানেই গৰু সৰবৰাহৰ উদ্দেশ্য গো-হত্যা হ’ব নোৱাৰে বুলি এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ছত্তীশগড়ত বেআইনীভাৱে গৰু কঢ়িওৱাৰ অভিযোগত দণ্ডিত সুৰভ বাজাজ নামৰ ব্যক্তিগৰাকীক দোষমুক্ত কৰি শীৰ্ষ আদালতে প্ৰকাশ কৰে যে উপযুক্ত প্ৰমাণ অবিহনে কেৱল এজন হেড কনিষ্টবলৰ সন্দেহ বা অনুমানৰ ভিত্তিত কোনো ব্যক্তিক অপৰাধী সজাব নোৱাৰি।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি, সুৰভ বাজাজক ছত্তীশগড়ত ৩২ টা বলধ গৰু বেআইনীভাৱে সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ছত্তীশগড়ৰ গবাদি পশু সংৰক্ষণ আইন, ২০০৪ ৰ অধীনত নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ড আৰু ১,০০০ টকাৰ জৰিমনা বিহিছিল। পৰৱৰ্তী সময়ত ছত্তীশগড় উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ এই ৰায় বাহাল ৰাখিছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে এই দুয়োখন আদালতৰ ৰায় নাকচ কৰি অভিযুক্তগৰাকীক সসন্মানে অপৰাধমুক্ত কৰে।

শীৰ্ষ আদালতৰ বিচাৰপীঠখনে নিৰীক্ষণ কৰে যে ছত্তীশগড়ৰ উক্ত আইনখনৰ অধীনত কাৰোবাক দোষী সাব্যস্ত কৰিবলৈ হ’লে তদন্তকাৰী সংস্থাৰ হাতত স্পষ্ট প্ৰমাণ থাকিব লাগিব যে গবাদি পশুসমূহ সঁচাকৈয়ে হত্যাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল বা তেনে কোনো সম্ভাৱনা আছিল। কিন্তু এই গোচৰটোত আৰক্ষীৰ অনুমানৰ বাহিৰে আন কোনো নিৰ্দিষ্ট প্ৰমাণ দাখিল কৰিব পৰা হোৱা নাছিল। তদুপৰি, আদালতত এজন পশু চিকিৎসক আৰু এখন গোশালা সমিতিৰ মতামতো গ্ৰহণ কৰা হৈছিল। তেওঁলোকে জনোৱা মতে, জব্দ কৰা বলধকেইটা কৃষিকৰ্মৰ বাবে সম্পূৰ্ণ উপযুক্ত আছিল, সেয়েহে সেইবোৰ হত্যাৰ উদ্দেশ্যে নিয়াৰ সম্ভাৱনা অতি ক্ষীণ আছিল।

সকলো পক্ষৰ যুক্তি আৰু তথ্য-প্ৰমাণ পৰীক্ষা কৰাৰ অন্তত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে অভিযুক্তৰ হাতত গৰু সৰবৰাহৰ বৈধ নথিপত্ৰ নাছিল যদিও কেৱল তাৰ ভিত্তিতে পশুকেইটা জবাই কৰাৰ উদ্দেশ্যে নিয়া হৈছিল বুলি ধৰি ল’ব নোৱাৰি। সেয়েহে নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ে প্ৰদান কৰা পূৰ্বৰ ৰায় বাহাল ৰখাৰ কোনো যুক্তি নাই বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ গোচৰটোৰ পৰিসমাপ্তি ঘটায় আৰু অভিযুক্তক সসন্মানে মুক্তি প্ৰদান কৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd