• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগ দিলে ডিমা হাচাওৰ দিয়ুঙব্ৰা মণ্ডল কংগ্ৰেছৰ এদল নেতা-কৰ্মী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 2, 2018 8:48 am
ডিমা হাচাওৰ কংগ্ৰেছী

বিজেপি দলত দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ডিমা হাচাওৰ দিয়ুঙব্ৰা মণ্ডল কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে। ফটো : পংকজ কুমাৰ দেব

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে দিয়ুঙব্ৰা মণ্ডল কংগ্ৰেছৰ একাধিক নেতাকৰ্মীয়ে। দেওবাৰে দিয়ুঙব্ৰা মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজীৱ হাছনুৰ নেতৃত্বত বিজেপিত আনুষ্ঠানিক যোগদান প্ৰক্ৰিয়া সম্পন্ন হয়।

অনুষ্ঠানত জিলা বিজেপি সভাপতি নিপ’লাল হোজাই, সাধাৰণ সম্পাদক দনপাইনন থাউচেন,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, ইএম পাওদামিঙ নৃয়ামে, সুব্ৰত থাউচেন আৰু দিয়ুঙব্ৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য নবজিত হোজাই আদি উপস্থিত থাকে।

Apply Now

ডিমা হাচাও জিলাৰ বিজেপি সভাপতি হোজাইয়ে কংগ্ৰেছ এৰি বিজেপিলৈ অহা নেতাকৰ্মীসকলক বিজেপি দলত আদৰণি জনাই নৱাগত দলীয় কৰ্মীসকলক বিজেপি দলৰ আদৰ্শ মানি দলৰ উন্নয়নৰ লগতে পাৰ্বত্য জিলাৰ সামিগ্ৰক উন্নয়নৰ লক্ষ্যৰে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়।

হোজাইয়ে কয় যে দিয়ুঙব্ৰা মণ্ডল কংগ্ৰেছ সাধাৰণ সম্পাদক ৰাজীৱ হাছনুৰ কংগ্ৰেছ ত্যাগে বিজেপি দলৰ ভেঁটি অধিক মজবুত কৰাৰ লগতে অহা পৰিষদীয় নিৰ্বাচনত দিয়ুঙব্ৰা সমষ্টিত বিজেপি দলৰ জয় সুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে পৰিষদৰ ২৮ টা সমষ্টিৰ ভিতৰত ২৩ টাত জয়লাভ কৰে। কিন্তু অহা নিৰ্বাচনত ২৮ টাৰ ভিতৰত ২৮টাতে জয়ী হব বিজেপি। কিয়নো বিজেপি দল উন্নয়নত বিশ্বাসী আৰু উন্নয়নৰ হকেই ৰাইজে দেশ জুৰি বিজেপি দলক সমৰ্থন দিছে আৰু অহা দিনতো দি থাকিব।

বিজেপি সভাপতিগৰাকীয়ে আৰু কয় যে যোৱা দুই বছৰে ৰাজ্য চৰকাৰে ডিমা হাচাওক অতিৰিক্তভাৱে এতিয়ালৈকে ৭৫ কোটি দিছে আৰু এতিয়া ১০০ কোটিৰ বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে। সেয়েহে এই চৰকাৰৰ দিনত উন্নয়নৰ কাৰনে চিন্তা কৰিব নালাগে, মাথোঁ লাগে সমৰ্থন আৰু সহযোগিতা।

কংগ্ৰেছ ত্যাগ কৰা নেতা ৰাজীৱ হাছনুৰে কয়, ‘আমি কংগ্ৰেছ নেতাকৰ্মীসকলৰ লগত কাজিয়া কৰি বিজেপি দলত যোগ দিয়া নাই। দিয়ুঙব্ৰা এলাকাৰ উন্নয়নৰ কাৰণেহে বিজেপিত যোগ দিব লগা হ’ল। কিয়নো কংগ্ৰেছ দলত সবল নেতৃত্বৰ অভাৱ। এনে ক্ষেত্ৰত অহা নিৰ্বাচনত বিজেপি দলে দিয়ুঙব্ৰাত যে নিজৰ জয় সাব্যস্ত কৰিব তাত কোনো সন্দেহ নাই।‘

দিয়ুঙব্ৰা মণ্ডল বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি কেদাৰ দাউলাগুপুয়ে কয় যে  কংগ্ৰেছ নেতাকৰ্মীসকল আচলতে বিজেপি দল তথা দলৰ নেতা নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্তবিশ্ব শৰ্মা, ৰঞ্জিতকুমাৰ দাস, ডিমা হাচাও জিলাৰ চিইএম দেবলাল গাৰ্লচাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে। তেওঁ লগতে দিয়ুঙব্ৰাৰ উন্নয়নো অন্যতম কাৰণ বুলি জানিব দিয়ে।

কেদাৰে লগতে জানিব দিয়ে যে আজি দহজন যোগদান কৰিছে যদিও অনতিপলমে দিয়ুঙব্ৰাত আনুষ্ঠানিকভাৱে কেইবা শতাধিক বিভিন্ন দলৰ দলীয় নেতা-কৰ্মীয়ে বিজেপিত যোগ দিব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd