• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

বিজেপিত সদায় মোডী বিৰোধী হিচাপে পৰিচিত যোশীয়ে কয় যে যদি নিৰ্বাচন সুস্থ হয়, তেন্তে ৰাইজে নিৰ্বাচিত কৰা চৰকাৰৰ পতনৰ ভয় থাকিব নালাগে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 8, 2026 8:36 pm
প্ৰবীণ বিজেপি নেতা তথা দলৰ প্ৰাক্তন সভাপতি মুৰলী মনোহৰ যোশী। ফটোঃ সংগ্ৰহীত।

প্ৰবীণ বিজেপি নেতা তথা দলৰ প্ৰাক্তন সভাপতি মুৰলী মনোহৰ যোশী। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবীণ বিজেপি নেতা তথা দলৰ প্ৰাক্তন সভাপতি মুৰলী মনোহৰ যোশীয়ে কয় যে গণতন্ত্ৰৰ বাবে সুস্থ নিৰ্বাচন অনিবাৰ্য। তেওঁ কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যদি সংবিধান উলংঘা হৈ থাকে তেন্তে উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে হস্তক্ষেপ কৰা উচিত।

বৃহস্পতিবাৰে দিল্লীত শিক্ষা সম্পৰ্কীয় এক অনুষ্ঠানৰ সময়ত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এছ আই আৰ বিতৰ্কত বিৰোধীৰ আন্দোলন আৰু দাবী সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে।

বিজেপিত সদায় মোডী বিৰোধী হিচাপে পৰিচিত যোশীয়ে কয় যে যদি নিৰ্বাচন সুস্থ হয়, তেন্তে ৰাইজে নিৰ্বাচিত কৰা চৰকাৰৰ পতনৰ ভয় থাকিব নালাগে। তেওঁ লগতে আমোলাতন্ত্ৰই স্বচ্ছতাৰে নিজৰ কৰ্তব্য পালন কৰিব লাগে বুলিও কয়।

Apply Now

যিসময়ত দেশজুৰি বিৰোধীয়ে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ সৰৱ হৈ পৰিছে আৰু এছ আই আৰক সমালোচনা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজপথত ওলাই আহিছে, সেই সময়ত বিজেপিৰ এইজন জ্যেষ্ঠ নেতাৰ বক্তব্যই দলটোৰ বাবে এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অনুভৱ কৰে ৰাজনৈতিক মহলৰ একাংশই।

নিৰ্বাচন আয়োগে সাংবিধানিক অধিকাৰৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। আয়োগৰ ভূমিকা এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত। ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ব্যৱহৃত ৬ নম্বৰ প্ৰ-পত্ৰ সলনি কৰা মুখ্য নিৰ্বাচন আয়ুক্তৰ সিদ্ধান্ত সম্পৰ্কে উচ্চতম ন্যায়ালয়ে তেওঁৰ উত্তৰ বিচাৰিছে।

এই প্ৰসংগত যোশীয়ে কয় যে সংবিধান উলংঘা হৈ থাকিলে শীৰ্ষ আদালতে নিশ্চিতভাৱে হস্তক্ষেপ কৰিব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd