• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

বিজেপিৰ বিধায়কসকলে অৱশ্যে এই প্ৰস্তাৱৰ সংশোধনী বিচাৰিছিল যদিও অধ্যক্ষই সেই দাবী নাকচ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 13, 2026 10:02 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত প্ৰতিবাদ চলি আছে। এনে পৰিস্থিতিত সোমবাৰে কেৰালা বিধানসভাত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত এটা প্ৰস্তাৱ গৃহীত হয়। দেশৰ যিকোনো ৰাজ্যত এইটোৱেই প্ৰথম এনে প্ৰস্তাৱ।

সোমবাৰে ৰাজ্যৰ বিধানসভাত এই প্ৰস্তাৱ দাখিল কৰে মুখ্যমন্ত্ৰী ভি ডি সতীশনে। কংগ্ৰেছ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁট ইউডিএফ আৰু বিৰোধী চিপিআই(এম) নেতৃত্বাধীন এলডিএফৰ সকলো বিধায়কে সমৰ্থন কৰে।

বিজেপিৰ বিধায়কসকলে অৱশ্যে এই প্ৰস্তাৱৰ সংশোধনী বিচাৰিছিল যদিও অধ্যক্ষই সেই দাবী নাকচ কৰে।

Apply Now

এই প্ৰস্তাৱত কেইবাটাও বিষয়ত উদ্বেগ প্ৰকাশ কৰা হৈছে। ইয়াত মূলতঃ তিনিটা দাবী সন্নিবিষ্ট কৰা হৈছে। ইয়াত কোৱা হৈছে যে যিসকল যোগ্য ভোটাৰৰ নাম ভুলকৈ SIR ৰ নামত বাদ দিয়া হৈছে, তেওঁলোকৰ তৎক্ষণাত তদন্ত কৰি তেওঁলোকৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে। পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগত অভিযুক্ত বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত।

ইয়াৰ উপৰিও নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ আৰু সাংবিধানিক স্বাধীনতা বজাই ৰাখিবলৈ প্ৰধানমন্ত্ৰী, লোকসভাত বিৰোধী দলৰ নেতা আৰু দেশৰ মুখ্য ন্যায়াধীশক নিৰ্বাচন আয়ুক্ত বাছনি সমিতিত অন্তৰ্ভুক্ত কৰা উচিত।

Keralam makes history.

For the first time, the Keralam Legislative Assembly has passed a resolution seeking the removal of the Chief Election Commissioner.

The integrity of our electoral process is non-negotiable. Serious concerns over voter roll revisions, the disenfranchisement of eligible voters, and the impartiality of the Election Commission cannot be ignored.

Through this historic resolution, Keralam has put forward three clear demands:

1. Restore voting rights: Address the irregularities in the Special Intensive Revision (SIR) process and immediately restore the voting rights of all eligible voters who have been wrongfully excluded.

2. Remove the Chief Election Commissioner: Initiate proceedings to remove the Chief Election Commissioner, whose impartiality has come under serious question.

3. Reform the selection process: Reconstitute the Election Commissioners’ selection committee to include the Prime Minister, the Leader of the Opposition in the Lok Sabha, and the Chief Justice of India, ensuring the independence and credibility of the institution.

The right to vote is the foundation of our democracy. No institution can be allowed to undermine the constitutional rights of our citizens.

Our stand is unequivocal. The right to vote must be protected. The Constitution must be upheld. Democracy must prevail.

Keralam stands firmly for free and fair elections.

#VDSatheesan #Keralam

— V D Satheesan (@vdsatheesan) October 12, 2026

পাছত মুখ্যমন্ত্রী সতীশনে এক্সত লিখিছে, ‘ভোটাধিকাৰ যিকোনো গণতন্ত্রৰ ভেটি৷ কোনো প্ৰতিষ্ঠানে সাংবিধানিক অধিকাৰ কৰ্তন কৰিব নোৱাৰে। আমাৰ স্পষ্ট দাবী যে ভোটাধিকাৰ সুৰক্ষিত হ’ব লাগিব। সংবিধানৰ গুৰুত্ব বজাই ৰাখিব লাগিব। গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। কেৰালা মুক্ত আৰু নিকা নিৰ্বাচনৰ পক্ষত।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd