• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

ধৰ্ষণ নে হানি ট্ৰেপ! কেৰালাৰ প্ৰখ্যাত চিকিৎসকৰ গোচৰত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। এৰ্নাকুলাম সত্ৰ ন্যায়ালয়ত চিকিৎসকগৰাকীৰ বিস্ফোৰক দাবী । তেওঁ কোনো ধৰ্ষণ কৰা নাই, বৰঞ্চ ৩ কোটি টকা আদায় কৰিবলৈহে তেওঁক হানি ট্ৰেপ কৰা হৈছিল। ধন নিদিয়াৰ বাবেই পৰিকল্পিতভাৱে তেওঁক এই ভুৱা গোচৰত ফচোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 8:12 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ এগৰাকী প্ৰখ্যাত চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ গোচৰত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ডাঃ জনচন কে. ভাৰ্গিজ নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে এগৰাকী ৫০ বছৰীয়া মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই গোচৰ সন্দৰ্ভত চিকিৎসকগৰাকীয়ে এৰ্নাকুলাম সত্ৰ ন্যায়ালয়ত আগতীয়া জামিন বিচাৰি এক বিস্ফোৰক দাবী কৰিছে। তেওঁৰ মতে, এইটো ধৰ্ষণৰ ঘটনা নহয়, বৰঞ্চ ৩ কোটি টকা দাবী কৰা এক পৰিকল্পিত ‘হানি ট্ৰেপ’হে। ধন নিদিয়াৰ বাবেই তেওঁক এই ভুৱা গোচৰত সাঙুৰি পেলোৱা হৈছে বুলি তেওঁ দাবী কৰিছে।

 

Apply Now

জামিন আৱেদনত ডাঃ ভাৰ্গিজে উল্লেখ কৰিছে যে অভিযোগকাৰী মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ ৰোগী আছিল আৰু দুয়োৰে মাজত এক ঘনিষ্ঠ বন্ধুত্বও আছিল। কিন্তু চিকিৎসকগৰাকীয়ে দাবী কৰা মতে, অভিযোগকাৰী মহিলাগৰাকীৰ আত্মীয় তথা এগৰাকী অভিনেত্ৰীয়ে তেওঁক চিকিৎসাৰ নামত এটা ফ্লেটলৈ মাতি নিছিল। ফ্লেটত উপস্থিত হোৱাৰ পাছতেই অভিনেত্ৰীগৰাকী আৰু তেওঁৰ ১২ জন সহযোগীয়ে চিকিৎসকগৰাকীক আৱদ্ধ কৰি মাৰপিট কৰাৰ লগতে কাপোৰ খুলি আপত্তিজনক ভিডিঅ’ বনাইছিল।

 

চিকিৎসকগৰাকীয়ে আদালতত জনোৱা মতে, সেই ভিডিঅ’টোৰ জৰিয়তেই তেওঁক ব্লেকমেইল কৰি ৩ কোটি টকা দাবী কৰা হৈছিল। অপৰাধী চক্ৰটোৱে ভাবুকি দিছিল যে যদিহে তেওঁ ধন নিদিয়ে, তেন্তে সেই ভিডিঅ’ ৰাজহুৱা কৰি দিয়া হ’ব। তেওঁ লগতে কয় যে অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা তেওঁৰ পৰা ধন বিচাৰি আহিছিল আৰু ধন দিবলৈ অস্বীকাৰ কৰাৰ পাছতেই তেওঁৰ বিৰুদ্ধে এই ভুৱা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়। এই দাবীসমূহৰ সপক্ষে তেওঁৰ হাতত পৰ্যাপ্ত প্ৰমাণ আৰু ভাবুকিপূৰ্ণ মেছেজ আছে বুলিও তেওঁ ন্যায়ালয়ক অৱগত কৰিছে।

 

আনহাতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে চিকিৎসকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে। বৰ্তমানলৈকে চিকিৎসকগৰাকীৰ দাবীসমূহৰ আনুষ্ঠানিক সত্যতা নিৰূপণ হোৱা নাই যদিও অতি সোনকালেই তেওঁৰ আগতীয়া জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। সমগ্ৰ ঘটনাটোৱে এতিয়া এক ৰহস্যময় মোৰ লৈছে— এফালে চিকিৎসকৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ আৰু আনফালে কোটি টকাৰ ‘হানি ট্ৰেপ’ৰ দাবী। সোমবাৰে অভিযুক্ত চিকিৎসকগৰাকীক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

November 9, 2026 8:30 pm
ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

November 9, 2026 8:12 pm
হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

November 9, 2026 7:12 pm
খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

খিতাপ জিকিও ৰিঙৰ ভিতৰতে ঘোচা খালে চেম্পিয়নে! এটা সামান্য ইংগিতৰ বাবেই কিয় পৰিস্থিতি ইমান ভয়ংকৰ হ’ল?

November 9, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

November 9, 2026 8:30 pm
ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

November 9, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd