• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ পৰা চলিব উভচৰ আকাশীযান; ঘণ্টা নহয় মিনিটত পাবহি গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 8:38 pm
sea plane in assams majuli

প্ৰতিনিধিত্বমূলক ছবি

176
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ পৰা নিয়মীয়া যাতায়াতৰ বাবে আৰম্ভ হ’ব পানী আৰু আকাশ উভয়তে চলিব পৰা আকাশীযান সেৱা।

এই বছৰৰ ডিচেম্বৰৰ পৰা সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰা এই যানে বোলে প্ৰায় ৪৫ মিনিটতে অতিক্ৰম কৰিব মাজুলী-গুৱাহাটীৰ দূৰত্ব।

বেচৰকাৰী বিমান সেৱা কোম্পানি স্পাইছ জেটে আগবঢ়াব জাপানত নিৰ্মিত এই উভচৰ আকাশীযানখনৰ সেৱা। গুৱাহাটী-কাজিৰঙা-মাজুলীৰ মাজত এই সেৱা আগবঢ়োৱা সন্দৰ্ভত অধ্যয়ন চলাবলৈ ভাৰতীয় বিমানসেৱা প্ৰাধিকৰণ আৰু স্পাইছ জেটৰ বিষয়া যোৱা ৫ জুলাইত মাজুলীত উপস্থিত হয়।

বিমান সেৱা প্ৰাধিকৰণৰ লগতে দেশৰ অসামৰিক বিমান সেৱা সঞ্চালক, স্পাইছ জেট, ভাৰতৰ বতৰ বিজ্ঞান সংস্থা আৰু অসমৰ ৰাজ্যিক জল সম্পদ বিভাগে এই যানৰ বাবে এটা জল এয়েৰ’ড্ৰ’ম স্থাপনৰ অধ্যয়ন আৰু পৰিকল্পনা কৰিব।

এই সন্দৰ্ভত যোৱা বৃ্হস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত বিমান সেৱা প্ৰাধিকৰণৰ মহাপ্ৰবন্ধক (নক্সা) সংগীতা মাহায়, উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা আৰু জল সম্পদ বিভাগৰ মাজুলীৰ কাৰ্য্যবাহী অভিযন্তা ৰাজীৱ গোস্বামীৰ মাজত এক বৈঠক অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৬ মাহ পূৰ্বে এই যানৰ সেৱাৰ কথা ঘোষণা কৰিছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd