• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত সংবাদমেল দি এন আৰ চিৰ কামত নিৰপেক্ষ স্থিতি ল’বলৈ আহ্বান জামাত-ই-ইছলামী হিন্দৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
July 7, 2018 10:27 pm
jih-logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ চৰকাৰ দুখনৰ প্ৰতি অভিযোগৰ আঙুলি উঠাই আজি নতুন দিল্লীত জামাত-ই-ইছলামী হিন্দৰ নেতৃত্বই এখন সংবাদমেল দি কয় যে চৰকাৰ দুখনে ইচ্ছাকৃতভাৱেই অসমৰ খিলঞ্জীয়া মুছলমান লোকক বাংলাদেশীৰ ছাব লগাই দিছে। এক সংবাদমেল যোগে সংগঠনটোৰ নেতৃত্বই কয়  চৰকাৰে বিদেশী “বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰ পৰাই বিদেশী বুলি ঘোষিত লোকৰ সংখ্যা নাটকীয়ভাৱে বাঢ়ি গ’ল।” জামাত-ই-ইছলামী হিন্দৰ সাধাৰণ সম্পাদক মুহম্মদ ছেলিম ইঞ্জিনীয়াৰে কয়।

উল্লেখযোগ্য যে অহা ৩০ জুলাইত অসমত উন্নীতকৰণ হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাব। মন কৰিব লগীয়া যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ অসম চুক্তিৰ আধাৰত কৰা হৈছে। এই চুক্তিমতে, ১৯৭১ৰ ২৪ মাৰ্চৰ পাছত অসমত অন্য দেশৰ পৰা প্ৰৱশ কৰা যিকোনো লোককে বিদেশী বুলি গণ্য কৰা হ’ব।

Apply Now

এই প্ৰসংগত ছেলিম ইঞ্জিনীয়াৰে কয়, “যদিহে এজন লোক বিদেশী বুলি অভিযুক্ত হয়, তেতিয়া সেই অভিযোগ মিছা বুলি প্ৰমাণ কৰাৰ দায়িত্ব সেই ব্যক্তিজনৰ ওপৰতে পৰিব। কিন্তু সৰ্বসাধাৰণ নাগৰিকসকলে, যিসকলে তেওঁলোকৰ উপযুক্ত নথিপত্ৰ ৰখা নাছিল, তেওঁলোক সংকটৰ সন্মুখীন হ’ব আৰু বিদেশী হিচাপে চিহ্নিত হোৱাৰ শংকাত ভুগিব লাগিব। প্ৰায় ভাগকেই তেওঁলোকৰ নথিপত্ৰত থকা সূক্ষ্ম ত্ৰুটিৰ বাবেই বিদেশী ঘোষণা কৰা হ’ব।”

নেতাজনে লগতে এন আৰ চিৰ কামত জড়িতসকলক নিৰপেক্ষ স্থিতি ল’বলৈ আহ্বান জনাইছে।

ইয়াৰোপৰি তেওঁ কয় যে বিদেশী ন্যায়াধিকৰণসমূহত এনে কিছু লোকক নিযুক্তি দিছে, যিসকলৰ অধিকাংশই ইছলাম মানেই বিদেশী বুলি ধৰি লয়।

আনহাতে নেতাজনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ক অত্যন্ত পক্ষপাতমূলক আৰু অসাংবিধানিক বুলিও অভিহিত কৰে। “এই বিধেয়কখন ভাৰতৰ সংবিধানখনৰ বৈশিষ্ট্যৰ পৰিপন্থী, যিহেতু ইয়াত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা লোকসকলক তেওঁলোকৰ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।” ছেলিম ইঞ্জিনীয়াৰে কয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd