• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী সুদৰ্শন পাটনায়কৰ বলুকা ভাস্কৰ্যত ভাস্বৰ হৈ উঠিল স্বৰ্ণ ৰাণী হিমা দাস

মানস ৰয় by মানস ৰয়
July 17, 2018 6:09 pm
Pattnaik-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বর্ণ ৰাণী হিমাই যিদৰে আইএএএফ চেম্পিয়নশ্বিপত সোণৰ পদক আঁজুৰি অনাৰ বাবে কৃচ্ছ্ৰ সাধনা কৰিছিল, ঠিক তেনেদৰেই বলুকা-শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কেও হিমাৰ ঐতিহাসিক বিজয়ক পুৰীৰ সাগৰ তীৰত বলুকাত অংকন কৰিবলৈও কৃচ্ছ্ৰ সাধনা কৰিছিল।

পুৰীৰ সাগৰ তীৰত সোণালী কন্যাগৰাকীৰ বলুকা ভাস্কৰ্য সৃষ্টি কৰাৰ বাবে শিল্লী সুদৰ্শন পাটনায়কক ৪ ঘণ্টা আৰু ৩ টন বালিৰ প্ৰয়োজন হৈছিল।

Apply Now

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা টেলিফ’নিক বাৰ্তালাপত পুৰীৰ পৰা বলুকা শিল্পী সুদৰ্শন পাটনায়কে কৈছিল, ‘‘মোৰ আচলতে মোৰ উদ্দেশ্য হৈছে দেশলৈ খ্যাতিৰ সুৱাস কঢ়িয়াই অনা সকলক প্ৰশংসা কৰাটো। মই যেতিয়া হিমাজীৰ বাতৰিটো প্ৰথমতে  বাতৰিত পাইছিলোঁ তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে আমাৰ দেশখনৰ বিভিন্ন প্ৰান্তত বিশ্ব বিজয় কৰিব পৰা অলেখ প্ৰতিভা সিঁচৰতি হৈ আছে। হিমা হৈছে এই প্ৰতিভাধৰসকলৰেই এক উদাহৰণ। আপুনি জানে যে আমাৰ উৰিষ্যাতো দুতি চান্দ (২০১৬ৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ১০০ মি: দৌৰৰ শাখাত অন্তৰ্ভুক্ত হোৱা তৃতীয়গৰাকী ভাৰতীয়) আছে। গতিকে মই মোৰ বলুকা শিল্পৰ জৰিয়তে এই প্ৰতিভাশালীসকলক উদ্দীপনা জনাব বিচাৰোঁ।’’

হিমাৰ বলুকা ভাস্কৰ্যটো সৃষ্টি কৰাৰ পাছত পাটনায়কে টুইট কৰিছিল, ‘‘ভাৰতৰ গৰ্ব, দৌৰ-ৰাণী হিমা দাস উড়িষ্যাৰ পুৰী সমুদ্ৰ তটত। বিশ্ব ২০ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়শ্বিপত ভাৰতৰ প্ৰথম ট্ৰেক গ’ল্ড মেডেল বিজয়িনী হিমালৈ শুভেচ্ছা বাৰ্তাৰে মোৰ বলুকা শিল্প।’’

পাটনায়কে তেওঁৰ বলুকা শিল্পৰ মাজেৰে হিমা দাসক শুভেচ্ছা জনোৱাত পলম হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে। এই সম্পৰ্কে তেওঁ কৈছে, ‘‘পুৰীৰ ৰথ যাত্ৰা মহোৎসৱৰ বাবে মই এটা দিন হেৰুৱালোঁ। তেওঁক সময়মতে শুভেচ্ছা জনাব নোৱাৰি মই দুঃখিত। আৰু কালি ধাৰাসাৰে বৰষুণ দি আছিল। অৱশ্যে পলমকৈ হ’লেও মই মোৰ শিল্পৰ জৰিয়তে তেওঁক শুভেচ্ছা জনাবলৈ সামৰ্থ হৈছোঁ।

হিমাৰ সাফল্যত আনন্দত আপ্লুত হৈ পৰা পদ্মশ্ৰী সুদৰ্শন পাটনায়কে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক হিমাৰ সম্পৰ্কে কৈছিল। ‘‘মই তেওঁলোকক কৈছিলোঁ অসমৰ এখন অখ্যাত গাঁৱৰ পৰা আহি সাফল্য লাভ কৰা হিমাজীৰ বিষয়ে কৈছিলোঁ। এইখন আমাৰ ভৰতবৰ্ষ। আমাৰ দেশলৈ খ্যাতিৰ সুবাস কঢ়িয়াই অনা যুৱচামক উদ্দীপনা যোগাবই লাগিব। তেওঁলোকে যদি এখন মঞ্চ পায়, আমি অলিম্পিকত বহুতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ম।’’ বলুকা শিল্পীগৰাকীয়ে কয়।

মানস ৰয়

মানস ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd