• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে নলবাৰীত অগপৰ শংখনাদ কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2018 2:28 pm
-agp-flags700

প্ৰতিনিধিত্বমূলক চিত্ৰ

104
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে অৰ্থ্যাৎ ১৯ জুলাইত অসম গণ পৰিষদ দলৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা অগপৰ নলবাৰী সমষ্টিৰ সহযোগত আয়োজন কৰা হৈছে বিশাল ৰাজহুৱা সভা তথা শংখনাদ কাৰ্যসূচী।

অগপই এই কাৰ্যসূচীৰ জৰিয়তে বিধেয়কখনৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে বিধেয়কখনৰ পৰা হ’ব পৰা অসমৰ ক্ষতিৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে নলবাৰী জিলা অগপ সমিতিয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে নলবাৰীৰ ঐতিহাসিক গৰ্ডন খেলপথাৰত ৰাতিপুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফনীভূষন চৌধুৰী, দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দই উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে এসময়ৰ আঞ্চলিকতাবাদৰ দূৰ্গস্বৰূপ নলবাৰীত আঞ্চলিক দলটোৰ হেৰোৱা স্থিতি পুনৰ উদ্ধাৰৰ বাবে শেহতীয়াকৈ অগপৰ নলবাৰী জিলা সমিতি আৰু ভাতৃ সংগঠন যুৱ পৰিষদৰ নেতা-কৰ্মীয়ে প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

ইফালে নলবাৰী অগপত বিগত কিছুদিনৰ পৰা কংগ্ৰেছ, বিজেপিৰ লগতে অৰাজনৈতিক দল-সংগঠনৰ আগশাৰীৰ নেতা-কৰ্মীৰ যোগদানে স্বাভাৱিকতে আঞ্চলিক শিবিৰটোৰ শক্তি এক অন্য দিশলৈ গতি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd