• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখী; নিৰাপত্তাৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 19, 2018 2:22 pm
IMG-20180718-WA0029
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী। ৰাতিপুৱা উপস্থিত হোৱাৰ পাছতে ৰাজ্যপাল জগদীশ মুখী পোনে পোনে আৱৰ্ত ভৱনত উপস্থিত হয়।

ইয়াৰ পাছতে ৰাজ্যপালগৰাকী আৱৰ্ত ভৱনত নিৰাপত্তাৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰে মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠকত। তাৰোপৰি বি টি চিৰ মুখ্য সচিবৰ উপস্থিতিত বি টি চিৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে বৈঠকত মিলিত  হৈ ৰাজ্যপাল মুখীয়ে বিষয়াসকলক চৰকাৰী আঁচনিসমূহ যথাযথভাৱে ৰূপায়ণৰ নিৰ্দেশ দিয়ে।

Apply Now

দুয়োখন বৈঠকৰ অন্তত ৰাজ্যপাল মুখী কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়, আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ সদৰ থানা পৰিদৰ্শন কৰি স্বচ্ছতাৰ বুজ লয়। তদুপৰি কোকৰাঝাৰ চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগৰ উত্তৰ-পশ্চিম প্ৰান্তৰ দক্ষিণ ঘোষকাটা গাঁৱতো ৰাজ্যপালগৰাকী উপস্থিত হৈ গাওঁবাসীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে।

উল্লেখ্য যে গাঁওখনত আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ নোহোৱা দেখি ৰাজ্যপালগৰাকী আচৰিত হোৱাৰ লগতে চলিত বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে দেশৰ সকলো গাঁৱতে বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।

ইফালে সন্ধিয়া ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ উপৰি সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত এক সংবাদমেল সম্বোধন কৰে।

আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত ভ্ৰমণৰ কথা সদৰী কৰি ৰাজ্যপালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সুবিধাৰ্থে লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে কোকৰাঝাৰ ৰে’লৱে ষ্টেশ্যনত জিলা প্ৰশাসনৰ মুৰব্বী তথা উপায়ুক্ত নিৰঞ্জন বৰুৱা, বি টি চি প্ৰশাসনৰ হৈ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, জিলা আৰক্ষী বিষয়া ৰাজেন সিং সহিতে কেইবাটাও বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যপালক ফুলাম গামোচা, ফুলৰ থোপা আদিৰে আদৰণি জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd