• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি-ভোটাৰ সজাই এন আৰ চিৰ পৰা নাম কৰ্তন কৰাটো বিজেপিৰ আগতীয়া ধাৰণা : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2018 6:37 am
Ripun-Bora-680x365-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰ্তমান চৰকাৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে যি ধৰণে ডি-ভোটাৰ কৰাৰ চেষ্টা লৈছে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে তেওঁলোকে এটা আগতীয়া ধাৰণা  লৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ইমানখিনি মানুহৰ নাম কৰ্তন কৰিম।‘

আজি মানবেন্দ্ৰ শৰ্মা চৌহদত অনুষ্ঠিত ব্লক সভাপতিৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তৱ্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Apply Now

উল্লেখ্য যে চৰকাৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ নেৰানেপেৰা প্ৰচেষ্টা তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সুন্দৰভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তৱ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

তেওঁ লগতে বিজেপি চৰকাৰে ডি-ভোটাৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে।

অৱশ্যে নিৰ্দিষ্ট কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে ডি-ভোটাৰ কৰিলে তেওঁৰ কোনো আপত্তি নথকা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

চৰকাৰৰ ডি-ভোটাৰ সজোৱাটো উদ্দেশ্য প্ৰণোদিত বুলি সন্দেহ কৰি তেওঁ উদাহৰণ দাঙি ধৰি কয়, ‘মোৰ নিজৰ গাওঁ বৰিগাঁৱত ক্ষীতিশ দাস নামৰ চুবুৰীয়া খিলঞ্জীয়া মানুহজনক দাস উপাধি হোৱা বাবে বেংগলী সম্প্ৰদায়ৰ মানুহ বুলি ভাবি গোটেই পৰিয়ালকে ডি-ভোটাৰ কৰিছে।‘

তেওঁ লগতে কয়, ‘চৰকাৰে উপাধি চাই ডি-ভোটাৰ সজাইছে। নেপালী, হিন্দু-বঙালী, মুছলমান উপাধিৰ লোকসকলকে ডি-ভোটাৰ সজাইছে। সকলো মুছলমান, নেপালী, বঙালী বিদেশী।‘

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাথোঁ ৯ দিন বাকী থকাৰ সময়ত এনেভাৱে দ্ৰুতগতিত ডি-ভোটাৰ সজোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ ব্যক্ত কৰে।

এই ক্ষেত্ৰত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰশ্ন তুলি কয়, ‘এন আৰ চি প্ৰক্ৰিয়াৰ ইমান দিন পাৰ হৈ গ’ল, তেন্তে তেওঁলোক ডি-ভোটাৰৰ কাৰণে কিয় ৰৈ থাকিব লগা আছিল?’

আনহাতে, সংবাদ মাধ্যমৰ সন্মুখতে ৰিপুন বৰাই মোদীয়ে অসমলৈ আহোঁতে ছমাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া হ’ব বুলি কোৱাৰ পাছত ৪ বছৰ পাৰ হৈ যোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে।

তেওঁ লগতে কয়, ‘জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত কোনো এটা স্পষ্ট নীতি-নিৰ্দেশনা, সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd