• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাড়গিলা বিষয়ক ভাষণ দিবলৈ কানাডালৈ আমন্ত্ৰিত পৰিৱেশবিদ পুৰ্ণিমা দেৱী বৰ্মন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 5:54 pm
d-570x320
556
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিশিষ্ট পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে কানাডাৰ ভেনকুভাৰত অনুষ্ঠিত হ’বলগীয়া ‘বাৰ্ডছ অব এ ফিডাৰ’ কাৰ্যসূচীত উপস্থিত থাকি নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰিব। আগষ্ট মাহৰ ২৪ তাৰিখে এই বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব।

ভাষণত পৰিৱেশবিদগৰাকীয়ে গাঁৱলীয়া মহিলাৰ সক্ৰিয় সহযোগিতাৰে অসমৰ হাড়গিলা চৰাইৰ (Leptoptilos dubius) সংৰক্ষণ কাৰ্যাৱলী কেনেদৰে আগবড়াই নিছিল সেই সম্পৰ্কে বৰ্ণনা কৰিব।

‘বাৰ্ডছ অব এ ফিডাৰ’ অনুষ্ঠানটোৰ পৃষ্ঠপোষক হৈছে ষ্টিৱাৰ্ডশ্বিপ চেণ্টাৰ ফ’ৰ ব্ৰিটিছ কলম্বিয়া।

পুৰ্ণিমা দেৱী বৰ্মনে তেওঁৰ ভাষণটো আগষ্টৰ ২৪ তাৰিখে সন্ধিয়া ৭-০০ বজাৰ পৰা ৯-০০ বজালৈ প্ৰদান কৰিব।

উল্লেখ্য যে অসমত হাড়গিলা চৰাই আৰু সিহঁতৰ বাসস্থান বিলসমূহ সংৰক্ষণ কৰাৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ বাবে  পূৰ্ণিমা দেৱী বৰ্মনক সেউজ অস্কাৰ হিচাপে পৰিচিত ‘হুইটনি পুৰস্কাৰ’ প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে হাড়গিলা হৈছে এবিধ ডাঙৰ আকৃতিৰ মৃতভোজী পক্ষী আৰু সমগ্ৰ বিশ্বত ইহঁতৰ সংখ্যা হৈছে মাথোঁ ১,২০০। ইয়াৰে ৭৫ শতাংশ হাড়গিলাৰ বসতিস্থল হৈছে অসম।

প্ৰকৃতি সংৰক্ষণৰ হ’কে আন্তৰ্জাতিক সংস্থাৰ মতে হাড়গিলাৰ মুঠ সংখ্যা হৈছে প্ৰায় ১,২০০ ৰ পৰা ১,৮০০ৰ ভিতৰত আৰু প্ৰায় ৮০০ টা হাড়গিলা অসমত আৰু ১৫৬টা বিহাৰত বাস কৰে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd