• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়ান গেইমছত স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ যোগদান অনিশ্চিত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 10:51 am
Saikhom-Mirabai-Chanu-1-326x245-570x320

ফাইল ফটো

104
VIEWS
Share on FacebookShare on Twitter

গ’ল্ডকষ্টত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক আজুৰি অনা মণিপুৰৰ মহিলা বক্সাৰ মীৰাবাঈ চানুৰ আসন্ন এছিয়ান গেইমছত যোগদানৰ আশী ক্ষীণ হৈ পৰিছে। বক্সাৰ গৰাকীৰ এই খবৰে এতিয়া মৰ্মাহত কৰিছে ভাৰতৰ ক্ৰীড়া প্ৰেমীক।

উল্লেখ্য যে পিঠিৰ বিষত জৰ্জৰিত তাৰকা ভাৰোত্তোলকগৰাকীয়ে কয়, ‘যোৱা ২৫ মে’ত পিঠিত বিষ অনুভৱ কৰো। চিকিৎসাৰ বাবে দিল্লী আৰু মুম্বাইলৈও গৈছো কিন্তু চিকিৎসকে এতিয়াও নিশ্চিত কৰিব পৰা নাই বিষৰ কাৰণ। এক্স-ৰেৰ লগতে অন্যান্য পৰীক্ষাতো ধৰিব পৰা নাই বিষৰ কাৰণ’।

অহা ১৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাৰ্কাটাত অনুষ্ঠিত হ’ব লগা এছিয়ান গেইমছৰ বাবে মনোবল বৃদ্ধি কৰি ৰখা চানুৱে কয়, ‘প্ৰতিযোগিতাৰ বাবে সময় এতিয়াও আছে। প্রস্তুতিৰ বাবে মোক দুটা সপ্তাহৰ প্ৰয়োজন। যিয়েই নহওক বিষক একাষৰীয়া কৰি জাৰ্কাটালৈ ৰাওনা হ’ম’।

বিশ্ব চেম্পিয়ন আৰু কমনৱেলথ্‌ গেইমছত স্বৰ্ণ পদক অৰ্জন কৰা চানু এছিয়ান গেইমছতো স্বৰ্ণ পদকৰ প্ৰবল দাবীদাৰ। সেয়ে খেলুৱৈগৰাকীয়ে এতিয়াও মনোবল হেৰুওৱা নাই বৰঞ্চ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ যথেষ্ট আশাবাদীহে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd