• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমীয়া জাতি নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছে কেন্দ্ৰই : প্ৰফুল্ল কুমাৰ মহন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 10:11 am
37856976_1849820111979391_7829335410462425088_n
149
VIEWS
Share on FacebookShare on Twitter

‘অসম তথা ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ক্ষতি হোৱা একো কামেই আমি নকৰো। অকল নাগৰিকত্ব সংশোধনী বিধেয়কে নহয় বিজেপি চৰকাৰে জাপি দিব বিচৰা সকলো জাতিধ্বংসী কাৰ্যকলাপৰ সদায় বিৰোধীতা কৰি যাম। অসমৰ ক্ষতি হোৱা কোনো কাৰ্য অসম গণ পৰিষদে মানি নলয় আৰু হ’বলৈও নিদিয়ে’। এই মন্তব্য অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ।

বৃহস্পতিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ মৰিগাঁও, নগাঁও আৰু হোজাই জিলা সমিতিৰ উদ্যোগত আয়োজিত মাণ্ডলিক যুৱ কৰ্মশালাত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই এইদৰে কয়।

ইফালে এই সভাতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে আঞ্চলিক শক্তিক ধ্বংস কৰি অসমীয়া জাতিক নিঃশেষ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি কৌশলেৰে গৃহীত কৰিব ওলাইছে। আৰু ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰি যাব লাগিব।

আনহাতে, যুৱ পৰিষদৰ সভাখনত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই যুৱ শক্তিক ৰাজ্যখনৰ স্বাৰ্থত মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনোৱাৰ লগতে দলক অন্য গতি দিয়াৰ বাবে যুৱ শক্তিয়ে প্ৰধান অস্ত্ৰ বুলি মন্তব্য কৰে।

উল্লেখ্য যে অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মাণ্ডলিক যুৱ কৰ্মশালাখনত মন্ত্ৰী ফণীভূষণ চৌধুৰী, দলৰ বিধায়ক সত্যব্ৰত কলিতা, প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা, বুবুল দাস, প্ৰাক্তন বিধায়ক নুৰুল হুছেইন আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd