• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মানুহৰ বিষয়ে পতঞ্জলিৰ মেনেজাৰৰ হীন মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 6:00 pm
Patanjali_Products
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ পৰা প্ৰকাশিত জনপ্ৰিয় আৰু বিশ্ব সমাদৃত দা নিউয়ৰ্ক টাইমছ মেগাজিনত প্ৰকাশ পোৱা এটা অনুসন্ধানমূলক প্ৰতিবেদনত ৰামদেৱৰ পতঞ্জলিৰ অসমস্থিত মেনেজাৰে অসমৰ মানুহৰ বিষয়ে হীন মন্তব্য কৰাৰ বিষয়ে প্ৰকাশ হোৱাত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াত এই লৈ অব্যাহত আছে চৰ্চা আৰু গৰিহণাৰ জোৱাৰ।

আমেৰিকাৰ এজন প্ৰখ্যাত সাংবাদিক ৰবাৰ্ট এফ ৱৰ্থে নিজৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিত যুগুতোৱা এই প্ৰতিবেদনটোত মেনেজাৰজনৰ উদ্ধৃতি দিয়া হৈছে। তেওঁ (ৰবাৰ্টে) অসম ভ্ৰমণৰ সময়ত মেনেজাৰজনে তেওঁক আতিথ্য দিয়াৰ লগতে অসমৰ বিষয়ে এই কথাখিনি কোৱা বুলি লিখিছে।

Apply Now

প্ৰতিবেদনটোৰ মতে, মেনেজাৰ এছ বি সিঙে তেওঁক অসমৰ বিষয়ে ক’বলৈ গৈ কয়, “আমি তেওঁলোকক মানসিকভাৱে সলাই আছো।” পতঞ্জলিয়ে নিয়োগ প্ৰত্যাশীসকলক লৈ ৩৮০টাতকৈ কৰ্মশালা পাতিছে, য’ত মূল্যবোধৰ শিক্ষা দিয়া হয়।”

তাৰ পিছতে তেওঁ কয়, “অসমৰ মানুহৰ বহুতো বদ অভ্যাস আছে, ইয়াৰ ভিতৰত আমিষ আহাৰ খোৱা, দেশৰ প্ৰতি শ্ৰদ্ধাশীল নোহাৱাও আছে।”

আনহাতে অসমৰ মানুহে দীৰ্ঘদিনৰ ধৰি নৈতিকতাহীন মানুহৰ নৈতিকতাহীন ৰাজনীতিৰ প্ৰতি মন দি আহিছে বুলিও মন্তব্য কৰে মেনেজাৰজনে।

Patanjali_Manager's Comment_2
প্ৰতিবেদনটোত পতঞ্জলিৰ মেনেজাৰৰ কথাখিনিৰ কিছু অংশ।

এইদৰে অসমৰ মানুহৰ বিষয়ে অপমানসূচক মন্তব্য কৰাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত। বহুতে মন্তব্য কৰিছে যে অসম চৰকাৰৰ পৰা বিনা পইচাত হাজাৰ বিঘা মাটি লৈ ব্যৱসায় কৰাৰ সুযোগ পোৱা ৰামদেৱৰ পতঞ্জলিৰ এয়াই যদি অসম সম্পৰ্কীয় ধাৰণা, তেন্তে তাতকৈ দুৰ্ভাগ্যজনক কথা অসমৰ বাবে আৰু কি হ’ব পাৰে!!

উল্লেখৰ প্ৰয়োজন যে সাক্ষাৎকাৰ দিয়াৰ সময়ত পতঞ্জলিৰ মেনেজাৰজনে বিদেশী সাংবাদিকজনক কয় যে পতঞ্জলি উদ্যোগটো স্থাপন কৰা ঠাইখনত পূৰ্বে অৰণ্য আছিল আৰু তাত বহুতো হাতী বাস কৰিছিল। কিন্তু হাতীবোৰক কৌশলেৰে কাষৰ হাবিলৈ খেদি পঠোৱা হ’ল। লগতে অৰণ্যাঞ্চলটো মাত্ৰ ১৩২ দিনতে সেইটো কৰা হৈছে বুলি গৌৰৱেৰে কয়।

আনহাতে ছ’চিয়েল মিডিয়াত একাংশই মন্তব্য কৰিছে যে অসমৰ মানুহক বনৌষধি, বনশাকৰ বিভিন্ন দ্ৰব্যগুণ সম্পৰ্কত পতঞ্জলিয়ে শিকাব লগীয়া একো নাই। অসমৰ মানুহে ভেদাইলতা, মানিমুনি, দোৰোণবন, দূবৰিবন, নৰসিংহ, পদিনা, মছন্দৰী আদিৰ সুব্যৱহাৰ যুগ যুগ ধৰি কৰি আহিছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd