• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কইনাধৰাৰ ঘৰটো মোৰ বাবে লাকী আছিল : ১৭ বছৰৰ স্মৃতিৰে কাতৰ তৰুণ গগৈ

মুকুট দাস by মুকুট দাস
July 27, 2018 9:02 pm
CM_NewBuilding

মন্ত্ৰীৰ কলনিত তৰুণ গগৈৰ নতুন বাসগৃহটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ বছৰৰ মূৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি তেওঁৰ অন্যতম প্ৰিয় বাসস্থান কইনাধৰা এৰিলে। আজি গগৈয়ে কইনাধৰাৰ পৰা চৰকাৰে তেওঁৰ বাবে মন্ত্ৰীৰ কলনিত সাজু কৰি তোলা অন্য এটা ঘৰলৈ আহে।

উল্লেখযোগ্য যে তৰুণ গগৈ ২০০১ চনত অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ পিছৰ পৰাই কইনাধৰা পাহাৰৰ উক্ত ঘৰটোত আছিল, যিটো কংগ্ৰেছৰ শাসন কালতে ১৯৭৬-ত নিৰ্মাণ কৰা হৈছিল।

Apply Now

গগৈয়ে আজি নিজৰ নতুন বাসগৃহত প্ৰৱেশ কৰি সংবাদমেল সম্বোধন কৰি কয় যে কইনাধৰাৰ ঘৰটোৰ সৈতে তেওঁৰ ব্যক্তিগত আৰু মুখ্য মন্ত্ৰী হিচাপে কৰা ৰাজ্যখনৰ উন্নয়নৰ বহুবোৰ কথাৰ স্মৃতি জড়িত হৈ আছে। তেওঁ কয় যে অসম অতি বেয়া সময়ৰ মাজেৰে আগ বঢ়াৰ সময়তে ৰাজ্যৰ মুখ্য মন্ত্ৰিত্বৰ দায়িত্ব লৈ তেওঁ এই ঘৰটোৰ পৰাই সফলতা পাইছিল।

CM_Shifted
নতুন ঘৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

“ঘৰটোৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। ঘৰটো বহুবোৰ গুৰুত্বপূৰ্ণ ঘটনাৰো সাক্ষী। ঘৰটোৰ সান্নিধ্য নাপাম আৰু।” এইদৰে স্মৃতিকাতৰ হৈ পৰে গগৈ।

অৱশ্যে নতুন ঘৰটোতো তেওঁৰ সৌভাগ্যৰ মুখ দেখিব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে মন্ত্ৰীৰ কলনিত থকাটোৱে তেওঁক জনতাৰ অধিক কাষ চপাত সুযোগ দিব বুলিও কয়।

আনহাতে মন্ত্ৰীৰ কলনিত নতুন ঘৰত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ প্ৰতিৱেশী হ’ব সততে বাকযুদ্ধত লিপ্ত হোৱা তেওঁৰ প্ৰাক্তন সতীৰ্থ তথা বৰ্তমান বিজেপিৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্তৰ শিষ্য পীযুষ হাজৰিকা। লগতে আছে ৰিহণ দৈমাৰী, পল্লৱলোচন দাস।

উল্লেখযোগ্য যে নতুন চৰকাৰী বাসভৱনটো সাজু হৈ উঠা নাছিল বাবে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে তেওঁৰ কাৰ্য্যকাল উকলি যোৱাৰ পিছতো দুবছৰ ধৰি কইনাধৰা ঘৰটোতে আছিল।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd