• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 28, 2018 6:33 am
শিৱসাগৰত পথ দুৰ্ঘটনা

দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰা এখন ট্ৰাক। ফটো : নৰ্থইষ্ট নাও

133
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ চাৰিং আলি কেঁকুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন লোক আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি শিৱসাগৰৰ দিশৰ পৰা যোৰহাটলৈ যোৱা এখন ট্ৰাক আৰু যোৰহাট দিশৰ পৰা শিৱসাগৰৰ ফালে আহি থকা আন এখন ট্ৰাকৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিং আলি কেঁকুৰিত মুখামুখি সংঘর্ষ হয়।

নিশা প্ৰায় ৯.৩০ মান বজাত হোৱা এই সংঘৰ্ষত দুয়োখন ট্ৰাকৰ সন্মুখ ভাগ সম্পূৰ্ণ বিধস্ত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যোৰহাট  দিশৰ পৰা অহা ট্ৰাকখনৰ ড্ৰাইভাৰ  আৰু হেন্দিমেনজনক অতি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ড্ৰাইভাৰজনৰ চিকিৎসালয়তে মৃত্যু হয় আৰু হেন্দিমেনজনক ডিব্ৰুগড় মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

আনহাতে শিৱসাগৰৰ দিশৰ পৰা অহা ট্ৰাকৰ ডাইভাৰ আৰু হেন্দিমেনজন বাতৰি লিখা সময়লৈকে ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত  ট্ৰাক দুখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাবলৈ চেষ্টা চলাই আছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd