• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 31, 2018 2:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত খোজ, ৰংমন, যুনান্তৰ আৰু ৰংপুৰ বাৰ্তাৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৯ আৰু ৩০  জুলাইত   শিৱসাগৰৰ  নাট্যমন্দিৰত অনুষ্ঠিত  হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সমাপ্তি ঘটে।
সপ্তম বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহখন বন্তি প্ৰজ্বলনেৰে উদ্ধোধন কৰে বিশিষ্ট গীতাৰ বাদক পাৰ্থ বৰগোহাঁইয়ে। নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰশান্ত বৰগোহাঁই আৰু সন্তোষ দত্তৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘অংকুৰণ’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট নিবন্ধকাৰ তথা শিক্ষাবিদ চামচুল বাৰিকে।
আনহাতে স্মতিগ্ৰন্থ উন্মোচন কৰি শিক্ষাবিদ চামচুল বাৰিকে এনে ধৰণৰ নাট সমাৰোহে উদীয়মান নাট্যকৰ্মী সকলৰ বাবে নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিছে বুলি উল্লেখ কৰি লগতে নৱপ্ৰজন্মক সংস্কৃতি চৰ্চাৰ লগত এই নাট সমাৰোহে পৰিচয় কৰাই দিছে বুলিও মন্তব্য কৰে। নাট সমাৰোহৰ পূৰ্বে নাজিৰাৰ দেওধানী শিল্পী সমাজে সুৰ সমলয় আৰু জয়া মহিলা সমিতিয়ে এক কোৰাচ পৰিবেশন কৰে।
প্ৰাপ্ত তথ্য মতে শিশু নাট সমাৰোহত দুয়োটা দিনতে অসমৰ বিভিন্নস্থানৰ পৰা প্ৰায় ৩৩ টা শিশু নাট্যৰ দলে অংশ গ্ৰহণ কৰে। সমাৰোহত বিচাৰকৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে ( যুটীয়াভাৱে ) ‘দ্বীপ আৰু ৰূপাৰ নতুন নতুন বন্ধু’, আৰু ‘ঘোৰা কংস বধ’, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে ‘নিমখৰ সমান বৰ নাই নাই নাই’, আৰু তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে ‘গড়াল’।
আনহাতে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰে ‘মানুহ মানুহৰ বাবে’। শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে হৰ্ষদ কাশ্যপ  আৰু গৰিমা বৰুৱাই। শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে উৎপলা দাসে (দ্বীপ আৰু ৰূপাৰ নতুন নতুন বন্ধু)। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰে জয়ন্ত মেচে (গড়াল)।
ইফালে সমাৰোহৰ অন্তিম দিনা বিশিষ্ট নাট্যকৰ্মী, সমাজ কৰ্মী কৃষ্ণকান্ত  কলিতাক ‘সৌৰভপ্ৰাণ শিৱসাগৰ’ বঁটা প্ৰদান কৰাৰ লগতে শিৱসাগৰৰ প্ৰায় কুৰিজন নাট্যকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd