• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃত্ৰিম বান ৰোধ কৰিবলৈ দখলমুক্ত কৰিব বশিষ্ঠ মন্দিৰৰ চৌহদ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2018 12:35 pm
basistha-temple-of-guwahati-assam-india-it

প্ৰতিনিধিত্বমূলক চিত্ৰ

320
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি বশিষ্ঠ মন্দিৰৰ চৌহদৰ ভূমি বেদখল কৰি অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব মহানগৰ প্ৰশাসনে। মন্দিৰৰ চৌহদ আৰু নদী আবদ্ধ কৰি অবৈধভাৱে ভূমি আবদ্ধ কৰা লোকৰ বিৰুদ্ধে এই সকীয়নি দিছে দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই।

ৰাজহ চক্ৰ বিষয়া জনে জানিবলৈ দি কয় যে বেদখলকাৰীৰ বাবেই বাহিনী নৈৰ গতি ৰুদ্ধ হৈ পৰিছে আৰু সেয়ে বশিষ্ঠ মন্দিৰৰ চৌহদত দিনে দিনে বৃদ্ধি পাইছে কৃত্ৰিম বানৰ সমস্যা। এই সমূহ কাৰণতেই শেহতীয়াকৈ সৃষ্টি হোৱা বানত এজন লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে বশিষ্ঠ আৰু বাহিনীৰ নৈৰ অধিকাংশ অংশই এতিয়া বেদখলকাৰীৰ কবলত। নদীৰ কাষতে নিৰ্মাণ কৰা হৈছে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, গাড়ীৰ গেৰেজ আৰু দলং। যাৰ ফলত দিনক দিনে বশিষ্ঠ আৰু বাহিনী নদীৰ পৰিসৰ সীমিত হৈ অহাত বাৰিষাৰ দিনত অধিক বৰষুণ হ’লে বা মেঘালয়ৰ পৰা নামী অহা পানী কঢ়িয়াই নিব নোৱাৰে নদী দুখনে। আৰু ইয়াৰ কাৰণেই অঞ্চলটোত কৃত্ৰিম বানৰ কৱলত পৰে বুলি সদৰী কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে।

আনহাতে, অঞ্চলটোৰ একাংশ লোকে বশিষ্ঠ আৰু বাহিনী নদীক পেলনীয়া সামগ্ৰী পেলোৱাৰ কামত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। সেয়ে পূৰ্বতকৈ বাম হৈ পৰিছে নদী দুখনৰ বুকু। প্ৰশাসনে যদি তৎকালীনভাৱে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ঐতিহাসিক বশিষ্ঠ মন্দিৰলৈও একপ্ৰকাৰ ভাবুকি নামি আহিব বুলি শংকা ব্যক্ত কৰিছে একাংশ সচেতন লোকে।

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd