• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ভূতপূৰ্ব ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 3:05 pm
singh-pic-1-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে অসমৰ ভূতপূৰ্ব ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ নইডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান হৈছে। তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ।

প্ৰাক্তন ৰাজ্যপালগৰাকীক ভৰ্তি কৰোৱা ‘ফৰ্টিছ নইডা’ হস্পিটেলৰ মুখপাত্ৰগৰাকীৰ বক্তব্যৰ আধাৰত টাইমছ ইণ্ডিয়াই যুগুতোৱা এটা  প্ৰতিৱেদন অনুসৰি অসমৰ প্ৰাক্তন ৰাজ্যপালগৰাকী লিম্ফ ন’ড, প্লীহা, মেৰুমজ্জাত আদিত থকা ৰোগ প্ৰতিৰোধী কোষসমূহক আক্ৰান্ত কৰা এক ধৰণৰ ৰক্ত কৰ্কট ৰোগত ভুগি আছিল  আৰু তেওঁৰ এই কৰ্কট প্ৰাথমিক আক্ৰান্ত স্থানৰ পৰা আন স্থানলৈকেও বিয়পি গৈছিল (চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক high grade B cell lymphoma with metastasis বুলি কোৱা হয়।)।

Apply Now

চিকিৎসালয়ৰ মুখপাত্ৰগৰাকীৰ বক্তব্যৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে, ‘‘জুলাইৰ ২৮ তাৰিখে তেওঁক চিকিসালয়ত ভৰ্তি কৰা হৈছিল আৰু বুধবাৰে আবেলি ৪-৩৫ তেওঁৰ দেহাৱসান হয়।’’চিকিৎসায়লখনৰ সূত্ৰই আৰু জনাইছে যে ‘নিম্ন ৰক্তচাপ আৰু কোষীয় পৰিপাক বিজুতিৰ বাবে আভ্যন্তৰীণ অংগসমূহ বিকল হোৱাৰ ফলত’ (septic shock with multi-organ failure) কেন্দ্ৰীয় মন্ত্ৰী আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্য নিৰ্বাহ কৰা ভীষ্ম নাৰায়ণ সিঙৰ মৃত্যু হয়।

১৯৮৪ৰ পৰা ১৯৮৯ লৈকে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্য নিৰ্বাহ কৰা সময়ত ভীষ্ম নাৰায়ণ সিঙে ‘অসম চুক্তি’ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজৰ এগৰাকী আছিল। এগৰাকী নিষ্ঠাৱান গান্ধীবাদী সিং উত্তৰ-পূৰ্বীয় পৰিষদৰ অধ্যক্ষও আছিল।

তেওঁৰ মৃত্যুৰ বাতৰি পৰাৰ লগে লগে বিভিন্ন মহলৰ পৰা শোকবাৰ্তা আহি আছে। মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই তেওঁৰ শোকবাৰ্তাত কৈছে, ‘‘প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহতকৰি তুলিছে। মেঘালয়ৰ জনসাধাৰণৰ হৈ মই তেওঁৰ শোক সন্তপ্ত পৰিয়ালৰ সদস্যসকললৈ  আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। নতুন দিল্লীত অভিলেখ সময়সীমাৰ ভিতৰত ৯ম এছিয়ান গে’মছ অনুষ্ঠিত কৰি ক্ৰীড়াৰ আন্তঃগাঁথনি এটা প্ৰতিষ্ঠা কৰা আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। মেঘালয়লৈ তেওঁ আগবঢ়োৱা অসমান্য অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব। মই তেওঁৰ মৃত্যুত মোৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক!’’

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়েও অসমৰ প্ৰাক্তন ৰাজপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰায় তিনি দশক ধৰি সি সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য আছিল। এটি শোকবাৰ্তাত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে সিঙৰ মৃত্যুৱে কংগ্ৰেছ পৰিয়ালত এটা বিৰাট শূন্যতাৰ সৃষ্টি কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ প্ৰাক্তন ৰাজ্যপান প্ৰণৱ মুখাৰ্জীয়েও অসমৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd