• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ এন আৰ চি দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক : ৰাজ্যপাল জগদীশ মুখী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
August 3, 2018 6:27 pm
Jagadish Mukhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ এন আৰ চি  দেশৰ প্ৰতিখন ৰাজ্যৰ বাবে পথপ্ৰদৰ্শক হওক’ এই আহ্বান অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ। এন আৰ চিৰ প্ৰসংগক লৈ ৰাজ্যসভা-লোকসভা উভয় সংসদ উত্তপ্ত হৈ থকাৰ সময়তে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যপাল গৰাকীয়ে।

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ধৰ্মালোচনা সভাত অংশ লৈ জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত এক ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত এই মন্তব্য প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে ৷ অসমত চলি থকা এন আৰ চিয়ে সমগ্ৰ দেশবাসীলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলিও কয়  ৰাজ্যপাল জগদীশ মুখীয়ে।

Apply Now

অসমৰ এন আৰ চি দেশৰ প্ৰতিখন ৰাজ্যৰ  বাবে পথ প্ৰদৰ্শক হোৱা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ এন আৰ চিক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি ৰাইজক অভয়বাণী প্ৰদান কৰে। আনহাতে, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দল সমূহে এন আৰ চিক লৈ ব্যাপক অপপ্ৰচাৰত লিপ্ত হোৱাৰ সময়তে মুখীয়ে সংবাদ মাধ্যমক স্পষ্টভাৱে কয় যে প্ৰতিজন প্ৰকৃত ভাৰতীয়ৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব।

এন আৰ চিক লৈ ৰাইজক ভুল বাৰ্তা প্ৰেৰণ নকৰাৰ বাবেও ৰাজনৈতিক দলসমূহক আহ্বান জনায় ৰাজ্যপাল গৰাকীয়ে ৷ ইপিনে এন আৰ চিৰ বিৰুদ্ধাচৰণ কৰি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম অশান্ত কৰিবলৈ চলোৱা তৎপৰতাৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যপাল মুখীয়ে কয় যে এগৰাকী ৰাজ্যপাল হিচাপে ৰাজনৈতিক বিষয়ত তেওঁ মন্তব্য দিয়াটো অনুচিত। অৱশ্যে এখন ৰাজ্যত বা দেশত কিমান সংখ্যক বিদেশীয়ে অবৈধভাৱে বসবাস কৰি আহিছে, সেয়া এন আৰ চিৰ জৰিয়তে জনাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰতিখন ৰাজ্য চৰকাৰৰে আছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ধৰ্মালোচনা সভাত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ লগতে আধ্যাত্মিক বিশ্ববিদ্যালয়খনৰ বিষয়ববীয়াৰ লগতে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd