• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ দিন পিছত তলা ওলমিব শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰৰ টিকট ঘৰত!

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 9, 2018 7:40 pm
Sivasagar assam
228
VIEWS
Share on FacebookShare on Twitter

অহা ১০ দিনৰ পিছত তলা ওলমিব পাৰে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ টিকট ঘৰত! টিকট ঘৰৰ লগতে শিৱসাগৰস্থিত পুৰাতত্ব বিভাগটো তলা ওলমোৱাৰ হুংকাৰ দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ আদিকে ধৰি ঐতিহাসিক পৰ্য্যটন ক্ষেত্ৰসমূহত পুৰাতত্ব বিভাগে পৰ্য্যটকৰ বাবে সা-সুবিধা বৃদ্ধিৰ দিশটোলৈ পিঠি দি তাৰ বিপৰীতে পুনৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিয়ে আজি ৯ আগষ্টত শিৱসাগৰ চহৰত জনোৱা প্ৰতিবাদত এই হুংকাৰ দিছে সংগঠনটোৱে।

‘অনাগত ১০ দিনৰ ভিতৰত যদি পুৰাতত্ব বিভাগে ঐতিহাসিক সমলসমূহত প্ৰৱেশমূল্য হ্ৰাস নকৰে, তেন্তে বিভাগৰ শিৱসাগৰস্থিত কাৰ্য্যালয় আৰু টিকট সংগ্ৰহৰ ঘৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব,’ হুংকাৰ মঞ্চৰ জয়সাগৰ আঞ্চলিকৰ সভাপতি উমাকান্ত নাহেক আৰু সচিব প্ৰধান ৰিদিপ ডেকাৰ।

sivasagar
শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

পৰ্য্যটকসকলে নতুন, উন্নত সা-সুবিধা পালে প্ৰৱেশ মূল্য বৃদ্ধিত ‘আপত্তি নাই’ বুলি উল্লেখ কৰি মঞ্চই কয় ‘কিন্তু এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা, এটা উপযুক্ত জিৰণি চ’ৰা নথকা, বিজ্ঞানসন্মত শৌচাগাৰ, পেচাবগাৰ নথকা এই কীৰ্তিচিহ্নসমূহ পৰিদৰ্শনৰ বাবে দিবলগীয়া প্ৰৱেশ মাচুল পুনৰবাৰ বৃদ্ধি কৰাটো কোনোপধ্যেই গ্ৰহণ যোগ্য নহয়।’

সমলসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱা বুলি পুৰাতত্ব বিভাগৰ বিৰুদ্ধে অভিযোগ তুলি সংগঠনটোৱে কয় যে কেৱল ৰাজহ সংগ্ৰহ কৰাটোৱেই বিভাগটোৰ মূল কাম হৈ পৰিছে।

পুৰাতত্ব বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মঞ্চই আজি শিৱসাগৰ নগৰ সংযোগী এ. টি. ৰ’ড অৱৰোধ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd