• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰ এছিয়ান জুনিয়ৰ-কেডেট টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ তৃষা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2018 8:19 am
Trisha Gogoi

টেবুল টেনিছ খেলুৱৈ তৃষা গগৈৰ ফাইল ফটো

113
VIEWS
Share on FacebookShare on Twitter

প্ৰতিভাধৰ টেবুল টেনিছ খেলুৱৈ তথা পেডলাৰ অসমৰ তৃষা গগৈৰ বাবে আহিছে আন এক সুখবৰ। ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া ২৪ সংখ্যক এছিয়ান জুনিয়ৰ আৰু কেডেট টেবুল টেনিছ চেম্পিয়নশ্বীপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিছে তৃষাই।

অহা ১৩ৰ পৰা ১৮ আগষ্টলৈ চলিব লগীয়া প্ৰতিযোগিতাখনত তৃষাৰ উপৰি ভাৰতীয় দলৰ হৈ আন ১৫ গৰাকী খেলুৱৈয়েও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে সদ্য সমাপ্ত অৰ্থাৎ জুলাই মাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱা জৰ্ডান বিশ্ব জুনিয়ৰ চাৰ্কিট আৰু কেডেট অ’পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি তৃষাই দলীয় শাখাত ৰূপৰ পদক আৰু ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

স্মৰ্তব্য যে চলিত বছৰৰ আৰম্ভণিতে তৃষাই চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ’পেনত, ২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটত ভৰতীয় দলক প্ৰতিনিধিত্ব কৰি যথেষ্ট অভিজ্ঞতা আহৰণ কৰি থৈছে।

আনহাতে ২০১৭ বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবেই তৃষাই এইদৰে ভাৰতীয় দলৰ হৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই আহিছে।

Recent News

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd