• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসত উত্তৰ-পূবৰ মহিলাৰে গঠিত ‘বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটে নিশ্চিত কৰিব দিল্লীৰ নিৰাপত্তা

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
August 11, 2018 10:56 am
swat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীৰ বিশেষ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (Special Weapons and Tactics) গোটৰ উত্তৰ-পূৰ্বাঞ্চল মহিলা গোটত উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ গৰাকী মহিলা কামাণ্ডোক ভাৰতৰ স্বাধীনতা দিৱস উদ্‌যাপনৰ সময়চোৱাত দিল্লীৰ নিৰাপত্তাৰ দায়িত্বত মোতায়েন কৰা হৈছে।

এই কামাণ্ডো কেইগৰাকী দিলঈ আৰক্ষীৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ অন্তৰ্ভুক্ত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে মহিলা সৱলীকৰণৰ দিশত দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে দিল্লী আৰক্ষীত উত্তৰ পূৰ্বাঞ্চলৰ মহিলা কামাণ্ডোৰ অন্তৰ্ভুক্তকৰণে দিল্লী আৰক্ষীত বিভিন্ন অঞ্চলৰ পৰা অহা আৰক্ষী লোকক যে অন্তৰ্বুক্ত কৰা হয় তাৰ এটা উদাহৰণ।

দেশৰ বাহিৰৰ আৰু ভিতৰৰ বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা  কঠোৰ অনুশীলন কৰোৱাৰ পাছত আৰক্ষীৰ এই মহিলা কনিষ্টবলকেইগৰাকীক বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ (SWAT) গোটত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ ভাৰতৰ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ হৈছে দিল্লী আৰক্ষীৰ আয়ুক্ত অমূল্য পাটনায়কৰ মানস সন্তান বুলি কোৱা হয়। সম্পূৰ্ণ মহিলাৰে গঠিত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোট এটা বিশেষ সফলতা বুলি গণ্য কৰা হয়, কাৰণ যি বিশেষ কঠোৰ অনুশীলনৰ মাজেৰে এই গোটৰ সদস্যক বাচনি কৰা হয় বাবে পশ্চিমীয়া দেশসমূহতো সম্পূৰ্ণ মহিলাৰে গঠিত বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোট দেখা পোৱা নাযায়।
বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ অন্তৰ্ভুক্ত সকলো সদস্যকেই ইজৰাইলৰ ক্ৰাব মাগা নামৰ সমৰকলা, এমপি-৫ ছাবমেচিন গান আৰু গ্লোক-২১ পিষ্টলৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
এই কামাণ্ডোসকলক কেন্দ্ৰীয় আৰু দক্ষিণ দিল্লীৰ ৰণনীতিমূলক স্থানত মোতায়েন কৰা হ’ব। চোৰাংচোৱা তথ্যত প্ৰকাশিত হোৱা মতে মহিলা ফিডায়ে ৰাজধানী দিলঈত কূটাঘাতৰ পৰিকল্পনা কৰাৰ বাতৰি পোৱা গৈছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠিত দিল্লী আৰক্ষীৰ বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটটোৱে লাল কিল্লা আৰু ইণঅডিয়া গেটৰ নিৰাপত্তাত চকু ৰাখিব।
এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে এই মহিলা বিশেষ মাৰণাস্ত্ৰ আৰু যুদ্ধ-কৌশল’ গোটৰ সদস্যসকল সমৰকলা, সংঘৰ্ষ, জংঘল অভিযান, নগৰ অভিযান, ভিভিআইপি নিৰাপত্তা আদিত দুসক্ষ। তেওঁলোকক বিস্ফোৰক আৰু বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰাদন কৰা হয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd