• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তদন্ত কমিটিৰ প্ৰতিবেদন : আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বুলেটপ্ৰুফ জেকেট আছিল নিম্নমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2018 1:09 pm
ভাস্কৰ কলিতা
115
VIEWS
Share on FacebookShare on Twitter

বৰডুমচাত আলফা স্বাধীনৰ গুলীত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাই পৰিধান কৰা বুলেটপ্ৰুফ জেকেটৰ অতি নিম্নমানৰ আছিল। সেয়েহে বুলেটপ্ৰুফ জেকেট পৰিধান কৰাৰ পিছতো আলফাৰ গুলীয়ে বুকু ভেদ কৰাৰ ফলত ভাস্কৰ কলিতা নিহত হ’বলগীয়া হ’ল।

সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিশেষকৈ আৰক্ষী বিষয়াজনে পৰিধান কৰা জেকেটৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। ইয়াৰ পিছতে ঘটনাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্যসচিব কুমাৰ সঞ্জয়কৃষ্ণক দায়িত্ব অৰ্পণ কৰিছিল।

দীৰ্ঘ বিৰতিৰ পাছত তদন্তকাৰী বিষয়া কুমাৰ সঞ্জয়কৃষ্ণই শুকুৰবাৰে ৰাজ্য চৰকাৰৰ মুখ্যসচিব টি ৱাই দাসৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। চণ্ডীগড়ৰ পৰা ফৰেনছিকৰ প্ৰতিবেদন লাভ কৰার পিছতে তদন্তকাৰী বিষয়াই বুলেটপ্ৰুফ জেকেটৰ গুণগত মান সন্দৰ্ভত শুকুৰবাৰে প্ৰতিবেদন দাখিল কৰে।

তদন্তকাৰী বিষয়াজনে প্ৰতিবেদন দাখিল কৰে যদিও তদন্ত প্ৰতিবেদনত কি আছে, সেই বিষয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

আনহাতে বিশেষ সূত্ৰে জানিব পৰা মতে, ভাস্কৰ কলিতাই পৰিধান কৰা বুলেটপ্ৰুফ জেকেটৰ গুণগত মান অতি নিম্নমানৰ আছিল বুলি তদন্তকাৰী বিষয়াজনে প্ৰতিবেদনত উল্লেখ কৰিছে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd