• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বৰডুমচাত আলফা (স্বা)ৰ লিংকমেন আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 12, 2018 8:30 pm
Ulfa linkman arrested at Bordumsa
97
VIEWS
Share on FacebookShare on Twitter

আগন্তুক স্বাধীনতা দিৱসত তিনিচুকীয়াত উগ্ৰপন্থীয়ে যাতে কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জিলাখনত সেনা বাহিনী আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

কালি অৰ্থাৎ শনিবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কলিয়াজানত আলফা (স্বা)ৰ লগত লিংকমেন হিচাপে জড়িত থকাৰ অভিযোগত সেনাই এজন লোকক আটক কৰে। ধৃত লোকজনক জাগুন আৰক্ষী চকীৰ অধীনৰ ৱাৰা বস্তিৰ নিবাসী নাজিৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

বৰডুমচা আৰক্ষী আৰু ২৩ নং পাঞ্জাব ৰেজিমেণ্টৰ যুটীয়া অভিযানত আটকাধীন লিংকমেনজনৰ কবলৰ পৰা সেনা-আৰক্ষীয়ে এটা পইণ্ট টু টু পিস্তল, ৫ জাঁ‌ই সক্ৰিয় গুলী আৰু এটা ম’বাইল ফোন জব্দ কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ধৃত লোকজনক বৰডুমচা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০/১২১/১২১ (এ), আৰ ডব্লিউ ২৫(১)(অ)ৰ লগতে আৰ ডব্লিউ ১০/১৩ ইউ এ (পি)ৰ ধাৰাৰ অধীনত ৪৫/১৮ নম্বৰৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

আনহাতে, অন্য এক সূত্ৰই এই সমগ্ৰ ঘটনাটোক সেনাৰ এক ভুৱা নাটক বুলি উল্লেখ কৰে।

Recent News

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd