• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোগ পীড়িত আৰু দাৰিদ্ৰ্য পীড়িত অৱস্থাত ১৫ দিনে অনাহাৰে নলবাৰীৰ এটা পৰিয়াল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2018 5:44 pm
28714398-64be-4410-a358-de0b29621f09
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰী চহৰৰ পৰা পূব প্ৰান্তৰ ২০ কিলোমিটাৰ নিলগত অৱস্থিত আমৰা গাঁৱৰ এটি চাৰিজনীয়া সদস্যৰ পৰিয়ালে বিগত ১৫-২০ দিন ধৰি কটাবলগীয়া হৈছে অনাহাৰে । এই হৃদয় বিদাৰক ঘটনা পোহৰলৈ অহাত এতিয়া সমগ্ৰ জিলা তথা অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

উল্লেখনীয় যে গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত অৱস্থাত ষ্ট্ৰোক হৈ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা মুৰব্বী বীৰেন চক্ৰৱৰ্তী নামৰ লোকজন যোৱা দুবছৰ ধৰি শয্যাশায়ী হৈ থকাত এতিয়া আহুকালৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত।

Apply Now

মন কৰিবলগীয়া যে পৰিয়ালটোৰ মুৰব্বীজনৰ পত্নীয়েও দুৰাৰোগ্য ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ উপৰি তেওঁলোকৰ পুত্ৰ সন্তান ব্ৰজেন চক্ৰৱৰ্তীও যোৱা ন বছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ নামত সকলো শেষ সা-সম্পত্তি।

চিকিৎসালয়ৰ বিছনা আৰু ঘৰত পিতৃ-মাতৃয়ে মৃত্যুৰে যুঁজি থকাৰ মাজতে পুত্ৰ ব্ৰজেনে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ হয়। এই খবৰ লাভ কৰাত স্থানীয় বিধায়ক অশোক শৰ্মাই ছাত্ৰগৰাকীৰ নামভৰ্তীৰ বাবে ৫ হেজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছিল। কিন্তু ইয়াৰ পাছত পৰিয়ালটোৰ দুৰ্বিষহ জীৱন চাবলৈ কোনো ৰাজনৈতিক নেতাৰে আগমন নঘটিল।

উল্লেখ্য যে যোৱা দুটা বছৰে ওচৰ চুবুৰীয়াই পৰিয়ালটোৰ চিকিৎসাৰ নামত কিছু পৰিমানে আৰ্থিক সাহায্য আগবঢ়াই আহিছিল যদিও এতিয়া সকলো নিৰুপায়। পিতৃ-মাতৃ আৰু ভাতৃক এৰি এতিয়া কলৈকে যাব নোৱাৰে একমাত্ৰ কন্যা নৱনীতা চক্ৰৱৰ্তীয়েও।

নলবাৰী মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰী নৱনীতাই বন্ধ কৰি দিছে কলেজলৈ যোৱা। অৰ্থ উপাৰ্জনৰ নাই কোনো পথ। সেয়ে যোৱা প্ৰায় ১৫-২০ দিন ধৰি পৰিয়ালটোৱে কটাবলগীয়া হৈছে অনাহাৰে।

জানিব পৰা মতে ওচৰ-চুবুৰীয়াই চাহ-ভাত দিলে পৰিয়ালটোৱে খাবলৈ পায় নহ’লে অনাহাৰে কটায় নিশা। এনে এক হৃদয় বিদাৰক ঘটনাৰ বলি হোৱা পৰিয়ালটোৰ একমাত্ৰ সুস্থ সদস্যা তথা কন্যা নৱনীতাই এতিয়া জীয়াই থকাৰ তাড়নাত চৰকাৰ তথা সদাশয় লোকৰ ওচৰত সহায়ৰ ভিক্ষা মাগিছে।

ইয়াৰ উপৰি ওচৰ চুবুৰীয়াইও পৰিৱৰ্তন কামী চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে উক্ত পৰিয়ালটোক সহায় আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd